Breaking

অমিতাৰ আছে বহু উপকাৰী গুণ…

0 91

শৰ্কৰা, এনজাইম ইত্যাদিও কম পৰিমাণে পোৱা যায়। কেঁচা অমিতাত থকা গাখীৰৰ দৰে বগা ৰসৰ পৰা পেপেন নামৰ ঔষধীয় পদাৰ্থ তৈয়াৰ কৰা হয়। বিভিন্ন ঔষধ প্ৰস্তুত কৰোঁতেও পেপেন ব্যৱহাৰ কৰা হয়।
অমিতা ঔষধি গুণেৰেও ভৰপুৰ।
অমিতা খালে তেজ পৰিষ্কাৰ হয়।


কোষ্ঠকাঠিন্যৰ বাবে অমিতা মহৌষধ বুলিব পাৰি। সদাই পকাই হওক বা কেঁচাই হওক
অমিতা খালে কোষ্ঠকাঠিন্যৰ পৰা হাত সাত সাৰিব পাৰি।
অনিয়মিত ঋতুস্ৰাৱৰ কষ্ট পোৱা মহিলাসকলে সদাই পকা অমিতা (২-৩ গ্ৰাম) এমাহমান খালে ৰোগ সোনকালে নিৰাময় হয়।
প্ৰসৱৰ পিছত মাতৃৰ বুকুৰ গাখীৰ কম হ’লে প্ৰতিদিনে অমিতা খালে সুফল পোৱা যায়।
অমিতাত প্ৰচুৰ পৰিমাণে কেলচিয়াম পোৱা যায়। সেয়ে সদাই অমিতা খালে দাঁত আৰু হাড়ৰ গঠন শক্তিশালী হয়।

Leave A Reply