February 8, 2023 অসমৰ আকাশত উৰিল পৱনহংসৰ বিমান Share FacebookTwitterWhatsAppTelegramKooEmail ৰাজ্যবাসীৰ বাবে এক সুখবৰ। আজিৰে পৰা অসমৰ আকাশত উৰিল পৱনহংসৰ বিমান। ডিব্ৰুগড়, যোৰহাট, তেজপুৰ, গুৱাহাটীলৈ চলিব এই সেৱা। সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে উপলব্ধ হ’ব এই সেৱা। Author: দৈনন্দিন বাৰ্তা Related Articles পুনৰ বৃদ্ধি পাব টোল কৰঃ পহিলা এপ্ৰিলৰ পৰা টোল কৰ বৃদ্ধিৰ সিদ্ধান্ত দৈনন্দিন বাৰ্তা - March 14, 2026 আজি অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ অন্তিম শুনানি প্ৰক্ৰিয়া সম্পন্ন দৈনন্দিন বাৰ্তা - March 13, 2026 প্ৰকাশৰ বাবে সাজু মানস প্ৰতিম দত্তৰ শিশু-গল্প সংকলন মানুৰ অংকৰ উত্তৰ বহীখন দৈনন্দিন বাৰ্তা - March 13, 2026