ৰাইজৰ বাৰ্তা

উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙৰ ৮৯ বছৰ বয়সত মৃত্যু

উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙৰ শনিবাৰে লক্ষ্ণৌত চেপচিছ আৰু মাল্টি-অৰ্গান বিকল হোৱাৰ ফলত মৃত্যু হয়।জ্যেষ্ঠ বিজেপি নেতাজনে ৪ জুলাইৰ পৰা উত্তৰ প্ৰদেশৰ ৰাজধানীত...

কেন্দ্ৰীয় চৰকাৰে ব্ৰহ্মপুত্ৰ-বৰাকৰ বিকাশৰ বাবে উদ্যোগ ল’ব: সৰ্বানন্দ সোণোৱাল

শনিবাৰে গুৱাহাটীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে কেন্দ্ৰীয় চৰকাৰৰ সহায়ত আমি ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ বিকাশৰ বাবে উদ্যোগ ল'বলৈ গৈ আছো।সংবাদ মাধ্যমৰ সৈতে...

কটনত স্নাতক শাখাত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা বাতিল

কটন বিশ্ববিদ্যালয়ত স্নাতক শাখাত নামভৰ্তিৰ বাবে অনুষ্ঠিত হ'বলগীয়া কটন আণ্ডাৰ গ্ৰেজুৱেট এণ্ট্ৰেন্স পৰীক্ষা (চি ইউ জি ই ই-২০২১) বাতিল কৰা হৈছে। শনিবাৰে কটন বিশ্ববিদ্যালয়...

ছ’চিয়েল মিডিয়াত তালিবান পন্থী পোষ্টৰ বাবে AIUDFৰ সাধাৰণ সম্পাদকক গ্ৰেপ্তাৰ

অল ইণ্ডিয়া ইউনাইটেড ডেম'ক্ৰেটিক ফ্ৰণ্টৰ (এআইইউডিএফ) সাধাৰণ সম্পাদক মৌলানা ফজুল কৰিমক শনিবাৰে অসম আৰক্ষীয়ে আফগানিস্তান দখল কৰা তালিবানক সমৰ্থন কৰি ছ'চিয়েল মিডিয়াত পোষ্ট শ্বেয়াৰ...

লাহৰিঘাট শান্তিপুৰত দেহ ব্যৱসায়ৰ ঘাটি উৎখাত

মৰিগাঁও জিলাৰ লাহৰীঘাটত নাৰী দেহ ব্যৱসায় উৎখাত কৰিলে স্হানীয় ৰাইজে। লাহৰীঘাটৰ শান্তিপুৰৰ পৰা ৰাইজৰ সহযোগত লাহৰীঘাট আৰক্ষীয়ে নাৰী দেহ ব্যৱসায়ৰ লগত জড়িত দুজনকৈ ব্যক্তিক...

Popular