Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
ৰাইজৰ বাৰ্তা
ভাৰত সেৱাশ্ৰম সংঘৰ তিনিচুকীয়া শাখাৰ বিশেষ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷
সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ ২০২৫ ।
তেজপুৰত পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগ ৰখাৰ অভিযোগত অৱসৰপ্ৰাপ্ত বায়ু সেনা বিষয়াক আটক
বৰপেটা কৃষি বিজ্ঞান কেন্দ্ৰৰ অভিনৱ পদক্ষেপ
অসম
দৈনন্দিন বাৰ্তা
-
August 6, 2021
অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্পৰ অধীনত কৃষি বিজ্ঞান কেন্দ্ৰ, বৰপেটাৰ উদ্যোগত বাতিকুৰিহা অঞ্চলত এখন ক্ৰপ কেফেটেৰিয়া বা ধানৰ বিভিন্ন প্ৰজাতিৰ সমাহাৰ কালি ...
অসম চৰকাৰৰ পৰ্যটন বিভাগৰ চৰম অৱহেলা
অসম
দৈনন্দিন বাৰ্তা
-
August 6, 2021
মাৰ্ঘেৰিটা ৰাজহ চক্ৰৰ অন্তৰ্গত উদয়পুৰ লং টং স্থিত ঐতিহাসিক ষ্টীলৱেল পথৰ কাষতেই অৱস্থিত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত প্ৰাণ আহুতি দিয়া বীৰ সৈনিক সকলৰ সমাধি ক্ষেত্ৰ।...
মৰিগাঁৱৰ লাহৰীঘাটত ভয়ংকৰ ঘটনা
অসম
দৈনন্দিন বাৰ্তা
-
August 6, 2021
পুনৰ মৰিগাঁও জিলাৰ লাহৰীঘাটত এই গৰাকী ড্ৰাগছ আসক্ত পিতৃয়ে বিক্ৰী কৰিলে নিজৰ আঢ়ৈ বছৰীয়া পুত্ৰক। আমিনুল ইছলাম নামৰ ড্ৰাগছ আসক্তটোৱে নিজৰ পুত্ৰক অঞ্চলটোৰ গৰৈমাৰীৰ...
বেকী নৈ’ত বিলীন হল শ শ বিঘা কৃষি ভূমি, সপোনৰ ঘৰ
অসম
দৈনন্দিন বাৰ্তা
-
August 6, 2021
নামনি অসমৰ অধিকাংশ ঠাইৰ মূল সমস্যা হৈছে গৰাখহনীয়া। নামনি অসমৰ বৰপেটা জিলাৰ মাজেৰে মাজেৰে বৈ যোৱা বেকি নৈৰ গৰাখহনীয়া সমস্যা আজি নতুন নহয়। কিন্তু...
বিনজপাছ নামেৰে এটি অনন্য প্ৰচেষ্টা আৰম্ভ কৰিছে লায়নছগেট প্লেই
অসম
দৈনন্দিন বাৰ্তা
-
August 6, 2021
অফাৰৰ বৰষুণ হৈছে আৰু ভাৰতৰ ষ্টাৰজ ও. টি. টি. ষ্ট্ৰিম সেৱা গ্লোবেল কণ্টেন্ত লীডাৰ লায়নছগেট প্লেই আটাইতকৈ অতুলনীয় চুক্তি "বিনজপাছ" ৰ আনুষ্ঠানিক ঘোষণা কৰি এক অভিনৱ প্ৰচেষ্টা কৰিছে। এই অভিনৱ অফাৰিংটোৱে লায়নছগেট প্লেৰ কিউৰেটেড লাইব্ৰেৰীটোৰ অপৰিসীম অনুমতি অবিশ্বাস্যভাৱে মাত্ৰ ৯ টকাত প্ৰদান কৰিছে। উপভোক্তাসকলে ৫ আগষ্ট, বৃহস্পতিবাৰৰ পৰা ৮ আগষ্ট দেওবাৰলৈ এই সীমিত সময়সীমাৰ বোনাঞ্জা উপলদ্ধি কৰিব পাৰে। ব্ৰেণ্ডটোৱে এই অসাধাৰণ সীমিত সময়সীমাৰ অফাৰটো প্ৰচাৰ কৰিবলৈ এটা বিচিত্ৰ টি. ভি. চি. ৰ বাবে অনন্যা পাণ্ডেক সন্মত কৰাইছে। অভিনেত্ৰীগৰাকীয়ে নৱপ্ৰজন্মক লায়নছগেট প্লে এপটো অন্বেষণ কৰিবলৈ আহ্বান জনাব। লায়নছগেট প্লেই নিয়মীয়াকৈ তেওঁলোকৰ লাইব্ৰেৰীটো চহৰীয় আৰু চকুজোৰা শ্ব' আৰু দৰ্শকসকলৰ বাবে সুকীয়াকৈ নিৰ্বাচিত কৰা চিনেমাৰে শক্তিশালী কৰি গৈছে। বিনজপাছ অফাৰটো উপভোক্তাসকলৰ বাবে এই সেৱাটো চেষ্টা কৰাৰ এক সুন্দৰ সুবিধা যদিহে তেওঁলোকে এতিয়ালৈকে চেষ্টা কৰা নাই! এই অফাৰটো উপলদ্ধ কৰিবলৈ www.lionsgateplay.com লৈ গৈ (বা এণ্ড্ৰইড/ আই. ও. এছ. এপটো ডাউনলোড কৰিব লাগিব) ই-মেইল আইডি/ নাম/ ফোন নম্বৰেৰে নিজকে পঞ্জীকৃত কৰিব লাগিব আৰু ৫ ৰপৰা ৮ আগষ্ট ২০২১ ৰ ভিতৰত ৯ টকা পৰিশোধ কৰিব লাগিব। উপভোক্তাগৰাকীয়ে এণ্ড্ৰইড এপ বা ব্ৰাউজাৰৰ সহায়ত লগ ইন কৰাৰ পিছত তেওঁলোকে স্মাৰ্ট টি. ভি., আই. ও. এছ. ডিভাইছৰ লগতে আন যিকোনো ডিভাইছ ব্যৱহাৰ কৰি পঞ্জীয়ন কৰিব পাৰে। সংগৃহীত সমলৰ বাবে বিখ্যাত লায়নছগেট প্লেই অলপতে সমালোচকৰদ্বাৰা সমাদৃত শীৰ্ষক যেনে নৰ্মেল পিপল, দা পেক্ট, ৰেথ অৱ মেন, দা গ'জ ৰং শ্ব', চিডিউছড: ইনচাইড এন. আই. এক্স. এম. কালট, দা গাৰ্লফ্ৰেণ্ড এক্সপিৰিয়েঞ্চ, হোম ইক'ন'ম ক্স আদিৰ প্ৰীমিয়াৰ কৰিছিল। উপভোক্তাসকলে সংগৃহীত চিনেমাৰ প্লেলিষ্টখনৰ জৰিয়তে ইণ্ডিয়াজ টপ 10, হোৱাট মিলেনিয়েলছ আৰ ৱাটচিং, বিনজ ৱৰ্থি বক্স ছেট, লায়নছগেট প্লে অৰিজিনেলছ, ফানি চাইড আপ, ডেট নাইট, বলিউড বিনজ এণ্ড থ্ৰীলাৰ, কুইনডম, টলিউড ব্লকবাষ্টাৰ আদি নিচা লগাকৈ চাব পাৰে। লায়নছগেটে প্ৰতি শুক্ৰবাৰে মুক্তি পোৱা শীৰ্ষকৰ জৰিয়তে আৰু দৰ্শকৰ পছন্দ অনুসৰি স্থানীয় কণ্টেন্তৰে ইয়াৰ কণ্টেন্ত লাইব্ৰেৰী বঢ়াই আছে। বৰ্তমান, প্লেটফৰ্মটোত ৬ টা স্থানীয় ভাষা যেনে হিন্দী, মাৰাঠী, তামিল, তেলেগু, কানাড়া আৰু ভোজপুৰীত কণ্টেন্ত উপলদ্ধ আছে। দক্ষিণ এছিয়াৰ এম. ডি. ৰোহিত জৈনে এই মুকলিৰ ওপৰত মন্তব্য কৰি কয় যে, " আমি আমাৰ দৰ্শকসকললৈ এই অসাধাৰণ সীমিত সময়ৰ অফাৰটো এক অতুলনীয় মূল্যত আগবঢ়াবলৈ পাই সুখী। বিনজপাছৰ সহায়ত আমি দেশৰ মিলিয়ন নতুন উপভোক্তাৰ ওচৰ পাবলৈ আৰু তেওঁলোকক লায়নছগেট প্লেৰ কিউৰেটড লাইব্ৰেৰীৰ জৰিয়তে উত্তম চিনেমাটিক অভিজ্ঞতা দিয়াৰ উদ্দেশ্যে লৈছোঁ। এই সীমিত সময়ৰ বিশেষ মূল্যৰ অফাৰটোৱে বহুতো নতুন আৰু নৱপ্ৰজন্মৰ দৰ্শকক আগতে নোপোৱা অতুলনীয় প্ৰীমিয়াম কণ্টেন্ত লাভ কৰিবলৈ সক্ষম কৰিব। লায়নছগেট প্লে হৈছে গোটেই বিশ্বৰ বিভিন্ন প্ৰকাৰ যেনে ড্ৰামা, এক্সন, হৰৰ, ৰোমাঞ্চ, কমেডি আৰু বহুতো উত্তম, নিৰ্ভক আৰু অত্যাধুনিক কণ্টেন্তৰ স্থল। সেৱাটোৰ বিভিন্ন ভাৰতীয় ভাষাৰ চিনেমা আৰু অতি সোনকালে আহিব লগীয়া কিছুমান অৰিজিনেল ভাৰতীয় প্ৰীমিয়ামৰ এক অভূতপূৰ্ব সংগ্ৰহ আছে। আমি আশাবাদী যে এই অফাৰটোৱে গোটেই ভাৰতৰ দৰ্শকৰ পৰা অভূত পূৰ্ব সহাঁৰি লাভ কৰিব।"
1
...
1,214
1,215
1,216
...
1,668
Page 1,215 of 1,668
Popular
MGNREGA: সলনি হ’ল MGNREGA আঁচনিৰ নাম
দৈনন্দিন বাৰ্তা
-
December 19, 2025