ৰাইজৰ বাৰ্তা

গেলেকী অব্যাহত নগা দুৰ্বৃত্তৰ সন্ত্ৰাস : প্ৰশাসনক শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী ” আটাছু”ৰ ।

নাজিৰা  শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী গেলেকী শিঙিবিলত আজি " সদৌ তাই আহোম ছাত্ৰ সন্থা" (আটাছু)ৰ প্ৰতিনিধি দল উপস্থিত হৈ সীমান্ত বিবাদৰ সন্দৰ্ভত শীঘ্ৰে প্ৰশাসনক বিহিত...

বাঘজান কাণ্ড : তিনিচুকীয়াত জাতি- জনগোষ্ঠীয় সংগঠনৰে আলোচনা মন্ত্ৰী পাটোৱাৰীৰ ।

তিনিচুকীয়া   বাঘজানৰ তেল গেছ ৱেলত অগ্নিকাণ্ডৰ ফলত দহখনৰো অধিক গাৱঁৰ প্ৰায় ৭৫০০  আতংকিত ৰাইজ আশ্ৰয় শিবিৰত থকাৰ পিছত আজি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ অধ্যক্ষতাত জিলা উপায়ুক্তৰ...

জুৰীয়াত দুই ফৈদৰ মাজত ভূমি কেন্দ্ৰীক সংঘাত । গুণ্ডা বাহিনীক লৈ মাটি বেদখল কৰা পাঁচ জনক আটক । বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ উদ্ধাৰ ।

এ জে আকন্দ‌ নগাঁও নগাঁও জিলাৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত বাটমাৰীত আজি এডোখৰ ভূমি বেদখল কৰিবলৈ যোৱা পাঁচজন গুণ্ডা প্ৰকৃতিৰ লোকক আৰক্ষীয়ে আটক কৰাৰ লগতে...

ৰূপহীহাটত শিশুৰ মুখৰ আহাৰ কাঢ়ি খোৱা কৰ্মী-বিষয়া-মুখ্য সেৱিকাৰ বিৰুদ্ধে কিয় আজিও নহ’ল ব্যৱস্থা ?

এ জে আকন্দ‌ : শিশু, কিশোৰী, গৰ্ভৱতী মহিলা, প্ৰসূতি আৰু পুষ্টিহীনতাত ভোগা শিশুক পুষ্টিকৰ আহাৰ খোৱাৰ অভিযোগ সন্দৰ্ভত সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰাৰ পিছতো ৰূপহী সংহত উন্নয়ন প্ৰকল্পৰ...

কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণা আৰু মহামাৰীৰ পিছৰ পৃথিৱীখন ।

✍ গুনোজীৎ দাস বিশ্বায়নৰ সময়ত সমগ্ৰ পৃথিৱী আজি বন্দীত্বৰ জীৱন কটাবলগীয়া হৈছে। ইমান দিনে জলপথ, স্থলপথ, আকাশ মাৰ্গত দপদপনিৰ জয় যাত্ৰাত এয়া কিহৰ স্থৱিৰতা! পৃথিৱীখন যেন আজি...

Popular