ৰাইজৰ বাৰ্তা

অন্তিম পৰ্যায়ত উপনীত মাজুলীৰ ন’ন-কেডেষ্ট্ৰেল গাঁৱৰ ভূমি জৰীপ : ডিজিপিএছ পদ্ধতিৰ জৰীপ আৰম্ভ : ভূমিলেক্ষ্য আৰু জৰীপ সঞ্চালকালয়ৰ ২টা দলৰ মাজুলীত বাহৰ ।

মাজুলী  অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ভূমিলেক্ষ্য আৰু জৰীপ সঞ্চালকালয়ৰ জৰিয়তে মাজুলী জিলাৰ পূৰ্বতে ভূমি জৰীপ নোহোৱাকৈ থকা এলেকাসমূহত যোৱা বছৰৰ জুলাইৰ পৰা...

ভলান্টিয়াৰ ৰিটেডমেণ্টৰ আবেদন কৰিও আঢ়ৈ বছৰে নাপালে বিভাগৰ সহায় : স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰি মৃত্যু বৰণ কৰিলে গোসাইগাঁওৰ এগৰাকী জ্যেষ্ঠ বিষয়া ।

গোসাঁইগাঁও  ৰোগত আক্ৰান্ত হৈ শ্যাশায়ী হোৱা সমবায় সমিতিৰ  উপ পঞ্জীয়কৰ এগৰাকী বিষয়া স্বেচ্ছাই অৱসৰ বিচাৰি আবেদন কৰাৰ আঢ়ৈ বছৰে বিভাগৰ পৰা নাপালে কোনো সঁহাৰি। অৱশেষত মৃত্যুক...

সোনোৱাল কছাৰী কথিত ভাষাত “তীখৰ আৰু চুটিবাই” অডিঅ’ আকাৰে মুক্তি লাভ ।

বৰদলনিৰ :   তৃতীয় সৰ্ব বৃহৎ জনজাতি সোনোৱাল কছাৰীসকল নিজা ভাষা-সাহিত্য আৰু সংস্কৃতিৰে চহকী । এই জনজাতিটোৰ কথিত ভাষাত পোন প্ৰথম বাৰৰ বাবে সোনোৱালী ক্ৰিয়েচনৰ উদ্যোগত ...

ভূ-মাফিয়া লাডেনক আটক

নগাঁও, দীৰ্ঘদিন ধৰি ভয়-ভাবুকিৰে নগাঁও চহৰৰ বৰভেটি, ইছলামপট্টি, মোল্লাপট্টি আৰু হয়বৰগাঁও আদি অঞ্চলত মাটি দখলৰ  বিভিন্ন অভিযোগত অভিযুক্ত লাডেন ওৰফে ৰফিক চোকদাৰক যোৱানিশা ইছলামপট্টিৰ...

নাগ্ৰীজুলিত বিপিএফৰ নেতা কৰ্মীৰ পদত্যাগৰ জোৱাৰ। আলাউদ্দিন আহমেদৰ নেতৃত্বত দুই শতাধিক বিপিএফ নেতা-কৰ্মীৰ পদত্যাগ ।

তামুলপুৰ বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিটিচিৰ ২৭ নং নাগ্ৰীজুলি পৰিষদীয় সমষ্টিত বিপিএফ দলৰ দুই শতাধিক নেতা-কৰ্মীয়ে পদত্যাগ কৰিছে। তামুলপুৰ জিলা সংখ্যালঘু কোষৰ সভাপতি তথা...

Popular