ৰাইজৰ বাৰ্তা

হালধীয়া সোণাৰু ফুলেৰে জাতিষ্কাৰ হ’ব দেৰগাঁও চহৰ; কাব্যঋষি’নীলমণি ফুকনৰ স্মৃতিত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰোৱা হ’ব সোণাৰু গছ

দেৰগাঁৱৰ ৰাইজৰ মাজলৈ আহিছে ভাল খবৰ। জ্ঞানপীঠ বঁটা বিজয়ী দেৰগাঁৱৰ সু-সন্তান কাব্যঋষি নীলমণি ফুকনৰ অন্যতম প্ৰিয় সোণাৰু গছেৰে সজাই তোলা হ'ব দেৰগাঁৱৰ মাজেৰে যোৱা...

মাজুলীত অনিৰ্দিষ্টকাললৈ স্থগিত ফেৰী সেৱা

খবৰ অনুসৰি ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ মাজতে অসমৰ মাজুলীৰ পৰা অহা-যোৱা কৰা ফেৰী সেৱা অনিৰ্দিষ্টকাললৈ বন্ধ কৰি দিয়া হৈছে৷ যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি...

৫ দিন ধৰি অন্ধকাৰত হাটিঙা বড়ি গাঁও

বিদ্যুতৰ লুকাভাকুৱে সাধাৰণ ৰাইজক জ্বলাকলা খুৱাই থকাৰ সময়তে বিগত ৫ দিন ধৰি বিদ্যুতৰ অভাৱত অন্ধকাৰত ডুব যোৱা হাটিঙা বড়িৰ লোকসকল অতিষ্ঠ হৈ বুধবাৰে জামুগুৰি...

শ্ৰী শ্ৰী জগন্নাথ দেৱ নৰ্টন সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত গ্ৰীষ্মকালীন সত্ৰীয়া নৃত্য আৰু খোল বাদন কৰ্মশালাৰ সামৰণি

পশ্চিমীয়া সংস্কৃতিৰ পৰিবৰ্তে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অমৰ কলা সংস্কৃতি অটুট ৰাখিবলৈ ধিঙত শতাধিক কণ কণ লৰা ছোৱালী এতিয়া সত্ৰীয়া নৃত্য আৰু খোল বাদন...

দেৰগাঁৱৰ সমীপৱৰ্তী কাকডোঙাত বিনামূলীয়া সমৰকলা প্ৰশিক্ষণ শিৱিৰ

খঙ্গীয়া অ'ল ষ্টাইল মাৰ্চিয়েল আৰ্ট একাডেমিৰৰ অধীনত কাকডোঙা অলষ্টাইল মাৰ্চিয়েল আৰ্ট একাডেমিৰৰ উদ্যোগত ৬জুলাই পৰা ২১ জুলাইলৈ কাকডোঙা শংকৰদেৱ শিশু নিকেতনত অনুষ্ঠিত হৈছে বিনামূলীয়া...

Popular