ৰাইজৰ বাৰ্তা

Bihu Suraksha Samiti:বিহু সুৰক্ষা সমিতিৰ দ্বি-বাৰ্ষিক কেন্দ্ৰীয় পূৰ্ণকালীন গোৰেশ্বৰ অধিৱেশন

দৈনন্দিন বাৰ্তাৰ সেৱা, দৰং, ২৯ মাৰ্চঃ গোৰেশ্বৰত অনুষ্ঠিত হোৱা বিহু সুৰক্ষা সমিতি(Bihu Suraksha Samiti) অসমৰ সপ্তম দ্বি-বাৰ্ষিক কেন্দ্ৰীয় পূৰ্ণকালীন অধিবেশনৰ ২৯ মাৰ্চত ৫ বজাত জাগৰন কাৰ্যসুচীৰে অনুষ্ঠিত হোৱা তিনিদিনীয়াকৈ অনুষ্ঠিত  কৰা অধিৱেশনৰ আৰম্ভ হয়৷

Rangali Bihu festival:এক ব’হাগত বংশৰ ৰঙালী বিহু সন্মিলন 

দৈনন্দিন বাৰ্তা সেৱা, দদৰা, ২৯ মাৰ্চ: সদৌ বংশৰ ৰঙালী বিহু সন্মিলনৰ(Rangali Bihu festival) ৫৫ সংখ্যক ৰঙালী বিহু সন্মিলন এইবেলি অহা এক বহাগত ৫৫খন পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰিব।(Assamese New Year)

Sonapur:সোণাপুৰ কঁপালে সহস্ৰাধিক লোকে, প্ৰশাসনৰ জাননীক কেন্দ্ৰ কৰি বিশাল ৰাজহুৱা সভা

সোণাপুৰ, ২9  মাৰ্চ: তেজ দিম মাটি নিদিওঁ, ডিগাৰু এয়াৰ ফ'ৰ্চ  মুৰ্দাবাদ, এয়াৰ ফৰ্চৰ দপদপনি নচলি আদি শ্লোগানেৰে সোণাপুৰ (Sonapur) উত্তাল কৰি তোলে৷ সোণাপুৰৰ মাজমজিয়াত স্থাপিত...

Chutia Welfare Council:চুতীয়া উন্নয়ন পৰিষদক উন্নতি কৰি চুতীয়া কল্যাণ পৰিষদৰ গঠনৰ আস্বাস

ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰৰ সামগ্ৰিক বিকাশৰ(Chutia Welfare Council) দাবীৰে তথা জনগোষ্ঠীৰ আৰ্থ-সামাজিক উত্তৰণ, সাংস্কৃতিক বিকাশ, ঐতিহ্য সংৰক্ষণ, শিক্ষা, যুৱ শক্তিৰ বিকাশ, গৱেষণা আদি বিভিন্ন দিশত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই উত্থাপন কৰি অহা দাবীসমূহৰ সন্দৰ্ভত বৃহস্পতিবাৰে সন্ধিয়া জনতা ভৱনৰ লোকসেৱা ভৱনত সংগঠনটোৰ প্ৰতিনিধি দলৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক আলোচনাত মিলিত হয়।

Parag Festival:সোৱণশিৰিত উদুলি-মুদুলি বগুম গাঁৱৰ প:ৰাগ উৎসৱ

দৈনন্দিন বাৰ্তা সেৱা, সোৱণশিৰি,২৭ মাৰ্চ: উদুলি-মুদুলি বগুম গাঁৱৰ প:ৰাগস্থলী(Parag Festival)। ২৫ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ চাৰি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা বগুম গাঁৱৰ প:ৰাগত গুমৰাগ আৰু ঐনিতমৰ ছন্দত মুখৰিত হৈ পৰে।(Bagum Village)

Popular