ৰাইজৰ বাৰ্তা

Government Sector School:টিংখাঙৰ এখন চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীৰ হেতা ওপৰা

দৈনন্দিন বাৰ্তাৰ সেৱা, ২৭ মাৰ্চ: টিংখাঙৰ এখন চৰকাৰী(Government Sector School) খণ্ডৰ বিদ্যালয়ত নামভৰ্তিৰ বাবে দেখা গ'ল এক বিপৰীত দৃশ্য।বিদ্যালয়খনত ষষ্ঠ আৰু অষ্টম শ্ৰেণীত নামভৰ্তি কৰিবলৈ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ ব্যাপক সমাগম পৰিলক্ষিত হয়।

Chemania Bhaona Competition:বিৰিণাশায়েক লায়েট ভৰলুৱা বৰনামঘৰত চেমনীয়া ভাওনা প্ৰতিযোগিতা

তিতাবৰ সমষ্টিৰ অন্তৰ্গত বিৰিণাশায়েক গাঁও পঞ্চায়ত এলেকাৰ লায়েট ভৰলুৱা গাঁও বৰনামঘৰত ২৫ মাৰ্চৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে সদৌ অসম ভিত্তিত দ্বিতীয় বাৰ্ষিক চেমনীয়া ভাওনা প্ৰতিযোগিতা(Chemania Bhaona Competition) কালি আনুষ্ঠানিকভাবে উদ্বোধন কৰে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া (সত্ৰাধিকাৰ) ড৹ বাবুল চন্দ্ৰ দাসে।

ড০ জয়দেৱ গগৈ কানৈ কমাৰ্চ কলেজৰ নতুন অধ্যক্ষ । Dr. Jaydeb Gogoi

ড০ জয়দেৱ গগৈ কানৈ কমাৰ্চ কলেজৰ নতুন অধ্যক্ষ । Dr. Jaydeb Gogoi

GITAG of Gamocha:জিআইটেগ লাভতে সীমাবদ্ধ নহয় তেওঁলোক, বহিঃৰাজ্যৰ গামোচাক প্ৰত্যাহ্বান জনাবলৈ সাজু শিপিনী গাঁও

দৈনন্দিন বাৰ্তা, ২৫ মাৰ্চ: অসমৰ স্বাভিমান গামোচা।(GITAG of Gamocha) অসমীয়াৰ অতি আদৰৰ-সন্মানৰ গামোচাখনেৰে হেঁপাহৰ ৰঙালী বিহুটিক আদৰিবলৈ দুগুণ ব্যস্ত হৈ পৰিছে শিপিনীসকল(artisan village)৷

Multimedia Exhibition: কেন্দ্ৰীয় যোগাযোগ ব্যুৰো (চিবিচি)ৰ গুৱাহাটীৰ আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত মাল্টিমিডিয়া প্ৰদৰ্শনী

দৈনন্দিন বাৰ্তা, ২৫ মাৰ্চঃ ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ  কেন্দ্ৰীয় যোগাযোগ ব্যুৰো (চিবিচি)ৰ গুৱাহাটীৰ আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত কামৰূপ (গ্ৰাম্য)ৰ দদৰাত ২৪ তাৰিখৰ পৰা ২৬ মাৰ্চলৈ তিনিদিনীয়া মাল্টিমিডিয়া প্ৰদৰ্শনীৰ (Multimedia Exhibition) আয়োজন কৰা হৈছে।

Popular