ৰাইজৰ বাৰ্তা

Protibondhi Surokhaa Sangstha:প্ৰতিবন্ধীৰ সমস্যাক গুৰুত্ব দিয়কঃ প্ৰতিবন্ধী সুৰক্ষা সংস্হা

প্ৰতিবন্ধী লোকৰ(Protibondhi Surokhaa Sangstha) বাবে থকা বছৰৰ বিশেষ দিনটোত প্ৰাপ্যৰ বাবে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব৷ প্ৰতিবন্ধী দিৱসৰ(Disable Day) জাক জমকতা বাদ দি ৰাজ্যৰ প্ৰতিবন্ধী লোকসকলক জীয়াই থাকিবলৈ দিয়ক৷(Dainandin Barta)

Fagunjyoti:ৰাষ্ট্ৰীয় টেনিছত পুনৰ চেম্পিয়ন অসমৰ ফাগুনজ্যোতি

এটা সপ্তাহৰ ভিতৰতে ৰাষ্ট্ৰীয় ৰেংকিং টেনিছ প্ৰতিযোগিতাত পুনৰ খিতাপ জয় কৰিবলৈ সক্ষম হৈছে অসমৰ প্ৰতিভাবান খেলুৱৈ ফাগুন জ্যোতিয়ে(Fagunjyoti)৷

Sonitpur:শোণিতপুৰত কেন্দ্ৰীয় চৰকাৰৰ পৰিদৰ্শকৰ দল

ভাৰত চৰকাৰৰ(Union Government) কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অন্তৰ্গত কলকতাস্থিত মৰাপাট(Agriculture and Farmers Welfare) উন্নয়ন সঞ্চালকালয়ৰ(Directorate of Cotton Development) সঞ্চালক(Director) জিন্টু দাস, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযানৰ সমন্বয়ক ড০ সুভদিপ নন্দী আৰু ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান ৰাজ্যিক পৰামৰ্শদাতা অৰুণিমা দেৱ চৌধুৰীৰ নেতৃত্বত ২১ নৱেম্বৰত অহা প্ৰতিনিধি দলে শোণিতপুৰ(Sonitpur) জিলা কৃষি বিভাগৰ বিভিন্ন কৃষি ক্ষেত্ৰ পৰিদৰ্শন কৰে।

Hair Dryer: সাৱধান! হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰ কৰে নেকি?হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰ কৰি আঙুলি হেৰুৱালে এগৰাকী মহিলাই

চীনত নিৰ্মিত হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰ কৰি আঙুলি হেৰুৱালে মহিলাই। কেমেই হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰ কৰি আঙুলি হেৰুৱালে মৃত সৈনিকৰ পত্নীয়ে।(Hair Dryer)

Kampur Book Festival 2024:কামপুৰ গ্ৰন্থ উৎসৱ-২০২৪ত থগিত মহন্তঃ গ্ৰন্থ হৈছে মানুহৰ প্ৰকৃত বন্ধু

কামপুৰত চতুৰ্থবাৰৰ বাবে অনুষ্ঠিত হোৱা কামপুৰ গ্ৰন্থ উৎসৱৰ(Kampur Book Festival 2024) দেওবাৰে সফলতাৰে সামৰণি পৰে।

Popular