ৰাইজৰ বাৰ্তা

Mising Olympic:মিচিং অলিম্পিকৰ ফুটবল প্ৰতিযোগিতাৰ ডি জ’নত ধেমাজি চেম্পিয়ন

মিচিং জাতীয় সংগঠন টিএমপিকেৰ উদ্যোগত ২৮ নৱেম্বৰ আৰু ১ ডিচেম্বৰত অনুষ্ঠিত হ’বলগা মিচিং অলিম্পিকৰ(Mising Olympic) ফুটবল খেলসমূহ(football tournament) পূৰ্ণ গতিত জ’ন পৰ্যায়ত অনুষ্ঠিত হৈ আছে৷

National Press Day:বোকাখাতত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

বোকাখাত সমজিলা প্রশাসন, বোকাখাতৰ মহকুমা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত তথা বোকাখাত সমজিলাৰ সমূহ সাংবাদিকৰ সহযোগত সমগ্ৰ ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস(National Press Day) পালন কৰা হয়৷

Canadian Amphibious Plane: ব্ৰহ্মপুত্ৰৰ বুকুত চলিল কানাডাৰ ‘উভচৰী বিমান’

গুৱাহাটী, ১৫ নৱেম্বৰঃ মেছাৰ্ছ ডি হেভিলেণ্ড কানাডা আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰ্যালয়ৰ যৌথ উদ্যোগত আজি আয়োজিত পৰীক্ষামূলক 'উভচৰী বিমান'(Canadian Amphibious Plane) চিপ্লেনৰ(Seaplane) উৰণ প্ৰদৰ্শনীত পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অংশগ্ৰহণ কৰে।

Smart Meter: স্মাৰ্ট মিটাৰ সজাগতা অভিযান এপিডিচিএলৰ

এপিডিচিএল(APDCL) মিৰ্জা ইএছডিৰ উদ্যোগত(Smart Meter), উপ-সংমণ্ডল অভিযন্তা সিদ্ধাৰ্থ গোস্বামীৰ নেতৃত্বত সুমিত কুমাৰ সিনহা-চিইঅ’, জিইচি-২, ধনমণি ৰাজবংশী, এজিএম, মিৰ্জা বৈদ্যুতিক বিভাগৰ লগতে এডভান্সড মিটাৰিং ইনফ্ৰাষ্ট্ৰাকচাৰ চাৰ্ভিচ প্ৰভাইডাৰ (এএমআইএছপি) দলটোৰ সহযোগত বৃহস্পতিবাৰে মিৰ্জাত স্মাৰ্ট মিটাৰৰ উপৰত গ্ৰাহকসকলৰ মাজত এক সজাগতা সভাৰ আয়োজন কৰা হয়।

Assam Book Fair: উৎসাহ-উদ্দীপনাৰে আৰম্ভ অসম গ্ৰন্থমেলা, যোৰহাট

উৎসাহ-উদ্দীপনাৰ মাজেৰে আজিৰে পৰা আৰম্ভ হ’ল দহ দিনীয়া অসম গ্ৰন্থমেলা, যোৰহাট(Assam Book Fair)৷ যোৰহাট(Jorhat) জিলা ক্ৰীড়া সংস্থাৰ খেলপথাৰত এলানি বৰ্ণিল কাৰ্যসূচীৰে অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই আয়োজন কৰা গ্ৰন্থমেলাখন আজি বিয়লি ৩ বজাত উদ্বোধন কৰা হয়৷

Popular