ৰাইজৰ বাৰ্তা

Dholar Oja Mohendra Chutia: ঢোলৰ ওজা মহেন্দ্ৰ চুতীয়ালৈ ‘বৰেণ্য শিল্পী বঁটা’ আৰু নৱ প্ৰজন্মৰ কণ্ঠশিল্পী প্ৰাণদ্বীপ হাজৰিকালৈ ‘যুৱ নক্ষত্ৰ বঁটা’

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ দক্ষিণ পশ্চিম আঞ্চলিকৰ অষ্টম দ্বি বাৰ্ষিক অধিৱেশন যোৰহাটৰ ধলাজানত অনুষ্ঠিত হৈ যায়(Dholar Oja Mohendra Chutia)।এই অনুষ্ঠানত পতাকা উত্তোলনৰ পিছতেই প্ৰতিনিধি সভাৰ উদ্বোধন কৰে কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক অসীমজ্যোতি শইকীয়াই।

Nepali Sahitya Sabha: অসম নেপালী সাহিত্য সভাৰ বঁটা ঘোষণা

অসম নেপালী সাহিত্য সভাৰ(Nepali Sahitya Sabha) আগন্তুক কেন্দ্ৰীয় অধিবেশনত প্ৰদান কৰিবলগীয়া বঁটাসমুহ আজি আনুষ্ঠানিকভাবে ঘোষণা কৰা হয়।

Tribalization: জনজাতিকৰণৰ দাবীত ১২ ঘণ্টীয়া বন্ধত স্তব্ধ ডিব্ৰুগড়ৰ জনজীৱন

ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিকৰণক(Tribalization) লৈ কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে কৰা দায়সৰা মন্তব্যত সৰৱ হৈ পৰিছে উজনি অসমৰ মৰাণ আৰু মটক জনগোষ্ঠীৰ সংগঠনসমূহ।

Chutia Students’ Union: জনজাতিকৰণৰ দাবীত যোৰহাটত চুতীয়া ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

ছয় জনগোষ্ঠীক জনজাতিকৰণ তথা বিভিন্ন সমস্যা সমাধানৰ দাবীৰে আজি(Chutia Students' Union) পুনৰ এবাৰ উত্তাল হৈ পৰে যোৰহাট।

Popular