ৰাইজৰ বাৰ্তা

Chief Justice Of India: দেশৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপতগ্ৰহণ সঞ্জীৱ খান্নাৰ

ন্যায়াধীশ সঞ্জীৱ খান্নাই সোমবাৰে ভাৰতৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ(Chief Justice Of India) হিচাপে শপতগ্ৰহণ কৰে। ৰাষ্ট্ৰপতি ভৱনত আয়োজন কৰা হয় এই শপতগ্ৰহণ অনুষ্ঠান। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ন্যায়াধীশ খান্নাক(Justice Sanjiv Khanna) শপত বাক্য পাঠ(Union Government) কৰোৱায়।

Women’s Ras: ৭৩ বছৰত ভৰি দলে ঢকুৱাখনা বালিগাঁৱৰ ৰাস মহোৎসৱে

মাজুলীৰ সমান্তৰালভাৱে ঢকুৱাখনা(Women's Ras) বালিগাঁৱৰ হৰিমন্দিৰতো লক্ষ্মী পূৰ্ণিমা দিনটো পৰাই শ্ৰীকৃষ্ণ পূৰ্ণাংগ ৰাখলীলাৰ(Ras Festival) বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে।

Indian Railway: ভাৰতীয় ৰে’ল পূৰ্বতকৈ এতিয়া অধিক সুৰক্ষিত

ভাৰতীয়সকল এতিয়া ৰে’ল(Indian Railway) ভ্ৰমণৰ ক্ষেত্ৰত আগতকৈ অধিক সুৰক্ষিত হৈ পৰিছে। ইয়াৰ বাবে বিগত দশকৰ সুচিন্তিত পদক্ষেপৰ গুৰুত্বপূ ফলাফলসমূহ আজি অনুধাবন কৰিব পৰা হৈছে।

Uriagaon Tree Row: উৰিয়াগাঁৱত গছ কটা কাৰ্যত পান্থতৰু সংৰক্ষণী অসমৰ প্ৰতিক্ৰিয়া

নগাঁৱৰ উৰিয়াগাঁৱৰ(Uriagaon Tree Row) বায়পাছ চাৰিআলিৰ থকা ডিভাইদাৰত থকা প্ৰায় ৩০ জোপা গছ গুৱাহাটীৰ এজন ঠিকাদাৰৰ নিৰ্দেশত শ্ৰমিকে কাটি পেলোৱা কাৰ্যৰ বিৰুদ্ধে নগাঁৱৰ পান্থতৰু সংৰক্ষণী অসম নামৰ এটা প্ৰকৃতিপ্ৰেমী সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে।

Vastu Tips: ঘৰত এই ৩টা বস্তু কেতিয়াও খালীকে নাৰাখিব, পৰিয়ালটো বিপদৰ সন্মুখীন হ’ব

বাস্তু শাস্ত্ৰত কোৱা হৈছে যে ঘৰত তিনিটা বস্তু আছে যিবোৰ ভুলতেও খালী ৰাখিব নালাগে। নহ'লে দৰিদ্ৰতাই ঘৰখন আগুৰি ধৰিব আৰু পৰিয়ালটোৱে বিপদৰ সন্মুখীন হ’ব।(Vastu Tips)

Popular