ৰাইজৰ বাৰ্তা

Majuli। মাজুলী জিলা কবি সন্মিলনৰ উদ্যোগ অসম কবি সন্মিলন

Majuli । সমগ্ৰ অসমৰ লগতে মাজুলীতো অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাত সপ্তাহজুৰি ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰা হৈছে । অসম কবি সন্মিলনৰ অন্তৰ্গত মাজুলী জিলা কবি সন্মিলনৰ উদ্যোগত এই সপ্তাহ জোৰা কাৰ্যসূচীৰ অংশ হিচাপে আজি নতুন খলিহামাৰীৰ কাব্য কানন ভৱনত জিলা সভাপতি ৰমেশ চন্দ্ৰ শইকীয়াৰ সভাপতিত্বত গীতে-মাতে‌ ভাষা গৌৰৱ অনুষ্ঠান অনুষ্ঠিত হয়।

Atul Bora: ভূপেন বৰাক বিহালীৰ পৰা খেদি পঠিওৱাৰ নিচিনাই হৈছেঃ অতুল বৰা

এইকেইদিন ভূপেন বৰাকতো(Bhupen Bora) বিহালীৰ পৰা খেদি পঠিওৱাৰ নিচিনাই হৈছে ৷ এইফালে অলপ ঘূৰা পকা কৰি আছে ৷ দেৱব্ৰত শইকীয়াও অলপ ঘূৰা পকা কৰি আছে আৰু পাৰ্যমানে আমাক গালি পাৰিছে ৷ কৈছে অগপ মানে অতুল বৰাৰ(Atul Bora) দল, কেশৱ মহন্তৰ দল, ফণীভূষণ চৌধুৰীৰ দল

Alliance Candidate Diptimoy Chowdhury: বঙাইগাঁৱত মিত্ৰদলৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীৰ হৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ নিৰ্বাচনী প্ৰচাৰ- আজি ৰাজ্যখনে বিকাশৰ এক নতুন দিগন্তলৈ গতি...

ফণীভূষণ চৌধুৰীয়ে সাংসদ হ'বলৈ ইমান ইচ্ছা কৰা নাছিলে(Alliance Candidate Diptimoy Chowdhury)৷ মই যেতিয়া প্ৰথমে ফণীভূষণ চৌধুৰীক সাংসদ হ'বৰ কাৰণে আপুনি প্ৰাৰ্থী হ'ব লাগে বুলি উল্লেখ কৰিছিলো তেখেতে মোক কৈছিল যে তেখেতৰ তেনেকুৱা কোনো আশা নাই৷

Senior journalist Gitanjali Vaishya Nath: কৰ্কটত আক্ৰান্ত জ্যেষ্ঠ সাংবাদিক গীতাঞ্জলি বৈশ্য নাথ, আৰ্থিক সাহায্য বিচাৰি মুখ্যমন্ত্ৰীলৈ কন্যাৰ আবেদন

ৰাজ্যৰ এগৰাকী প্ৰবীণ সাংবাদিক গীতাঞ্জলি বৈশ্য নাথ(Senior journalist Gitanjali Vaishya Nath) গুৰুতৰভাৱে অসুস্থ। কৰ্কট ৰোগত আক্ৰান্ত সাংবাদিকগৰাকীয়ে বৰ্তমান হাইদৰাবাদৰ বাছাভাটাৰাকম ইণ্ড’ এমেৰিকান কেন্সাৰ হাস্পতাল এণ্ড ৰিচাৰ্ছ ইনষ্টিটিউটত চিকিৎসাধীন হৈ আছে।

Car Petrol Consumption: গাড়ী এখন ট্ৰেফিক পইণ্টত ১ মিনিট ৰ’লে কিমান পেট্ৰল খৰচ হয়? এই কথা জানেনে গাড়ীৰ মালিকে

(Car Petrol Consumption)গাড়ী চলোৱাৰ সময়ত ১ মিনিটৰ বাবে থকা ট্ৰেফিক লাইটত আবদ্ধ হৈ থাকিলে বহুলোকে সেই সময়ত গাড়ীখনৰ ষ্টাৰট বন্ধ নকৰে। এনে পৰিস্থিতিত আপোনাৰ গাড়ীত ইন্ধনৰ ব্যৱহাৰ অব্যাহত থাকে।

Popular