ৰাইজৰ বাৰ্তা

Mahapurusha Srimanta Sankardeva: হৰিনামৰ ধ্বনিৰে মুখৰ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ নামঘৰ

নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক, সাহিত্য-সংস্কৃতি আৰু সামাজিক ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়াই যোৱা, অসম আৰু অসমীয়াক গৌৰৱান্বিত কৰা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ(Mahapurusha Srimanta Sankardeva) উদাৰ মানৱতাবাদী, আধ্যাত্মিক দৰ্শনৰ আধাৰত প্ৰতিষ্ঠিত ভাৰতবৰ্ষৰ ধৰ্ম-সাহিত্য-সংস্কৃতিৰ সুবৃহৎ গণতান্ত্ৰিক অনুষ্ঠান শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ তিতাবৰ জিলা শাখাৰ উদ্যোগত ৩ নৱেম্বৰত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ(Gurujana) ৫৭৬সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উদযাপন কৰা হয়।

Bharat Ratna Bhupen Hazarika: নিতৌ এঘণ্টাকৈ মাইকযোগে ৰাইজক শুনাই সুধাকণ্ঠৰ কালজয়ী গীতঃ সুধাকণ্ঠ গীতেৰে পৰিৱেশ জিপাল কৰি তুলে সমৰেন্দ্ৰ নাৰায়ণ বৰাই

নগাঁও জিলাৰ কামপুৰৰ এজন সংস্কৃতিকৱান যুৱক তথা সাংবাদিক সমৰেন্দ্ৰ নাৰায়ণ বৰা। তেওঁ সুদীৰ্ঘ দিন নীৰৱে চলাই গৈছে এক নিৰলস প্ৰচেষ্টা। সাংবাদিক বৰাই একক প্ৰচেষ্টাৰে ভাৰত ৰত্ন, হিয়াৰ আমঠ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ(Bharat Ratna Bhupen Hazarika) কালজয়ী গীতসমূহ মাইক যোগে ৰাইজক শুনাই আহিছে শিল্পী গৰাকীৰ মহাপ্ৰয়াণৰ দিনৰে পৰা।

Bhupen Hazarika Death Anniversary: হেম গগৈৰ বাঁহীৰ সুৰ, ঢোল-পেপাঁৰ মাতত প্ৰাণ পাই উঠিছিল সুধাকণ্ঠৰ কালজয়ী গীত

৭০ দশকত ভূপেনদাৰ গীতত বাদ্য যন্ত্ৰ সংগত কৰা চহা শিল্পী হেম গগৈয়ে তেওঁৰ মৃত্যু তিথিত এইদৰে স্মৰণ কৰিলে।(Bhupen Hazarika Death Anniversary)

Tree: দীঘলীপুখুৰীৰ দৰে ৰাজ্যৰ বন ধ্বংস বন্ধ কৰাৰ আহ্বানাৰে কলিয়াবৰত এজোপা অমৰা গছৰ জন্মদিন পালন

দেশ-ৰাজ্যত সেউজ পৰিৱেশ জীয়াই ৰাখিবলৈ বিভিন্ন কাৰ্যসূচী-উৎসৱ পালন কৰা হয়(Tree)। কিন্তু চৰকাৰ বা কৰ্তৃপক্ষই যি এক বাৰ্তা জনগণলৈ প্ৰেৰণ কৰাৰ চেষ্টা কৰে সেই বাৰ্তা কিমান কাৰ্যকৰী হয়, সেয়া সকলোৱে জানে(Dighalipukhuri)।

Khagarijan Colleg: খাগৰিজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ সাগৰ বৰুৱাৰ মৃত্যু

অসমৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ, নগাঁৱৰ খাগৰিজান মহাবিদ্যালয়ৰ(Khagarijan Colleg) অৱসৰপ্ৰাপ্ত অধ্যক্ষ সাগৰ বৰুৱাৰ দদেওবাৰে পুৱা হোজাই জিলাৰ(Hojai District) লংকাস্থিত বাসভৱনত মৃত্যু হয়।

Popular