ৰাইজৰ বাৰ্তা

Writer Imran Shah: কথা শিল্পী ইমৰাণ শ্বাহক ‘ছহিদ মোজাম্মিল হক মাতৃভাষা বঁটা’ প্ৰদান

গুৱাহাটী, ২০ অক্টোবৰঃ শিৱসাগৰৰ ঐতিহাসিক ধাই আলিৰ বাসগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসমৰ প্ৰখ্যাত কথা শিল্পী, কবি গীতিকাৰ, গল্পকাৰ ঔপন্যাসিক, অনন্য শৈলীৰ কথাশিল্পী তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপিত(Assam Sahitya Sabha) ইমৰান শ্বাহক(Writer Imran Shah) 'ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা-২০২৪(Sahid Mojammil Hok Matrivasa Bota) প্ৰদান কৰে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ দৰং জিলা সমিতি আৰু ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা দিৱস পৰিচালনা সমিতিয়ে।

Daytime Sleepiness: দিনত সঘনাই টোপনি আহে নেকি? ইয়াৰ কাৰণ জানি লওক…

দিনত সঘনাই টোপনি অহাটো স্বাস্থ্যৰ বাবে ভাল বুলি গণ্য কৰা নহয়, দিনত টোপনি অহাৰ কাৰণ জানিবলৈ সঠিক স্বাস্থ্য পৰীক্ষা কৰাব লাগিব। ইয়াৰ পিছত সঠিক ব্যৱস্থা গ্ৰহণ কৰকিব লাগিব।(Daytime Sleepiness)

Assam, By-elections : উপ-নিৰ্বাচনঃ অসমৰ তিনি সমষ্টিত বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা

১৩ নবেম্বৰত অসমৰ পাঁচ সমষ্টিত উপ-নিৰ্বাচন (Assam, By-elections)। উপ-নিৰ্বাচনৰ বাবে বিজেপিয়ে (BJP) শনিবাৰে তিনিটা সমষ্টিত প্ৰাৰ্থীৰ নাম তালিকা প্ৰকাশ কৰে। সেইমৰ্মে ধলাইত নিহাৰ ৰঞ্জন দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ লগতে বিহালীত দিগন্ত ঘাটোৱাৰক আৰু চামগুৰিত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে দীপ্লু ৰঞ্জন শৰ্মাক। উল্লেখ্য অসমৰ পাঁচটা বিধানসভা (Assembly Elections) সমষ্টিৰ উৰপি দেশৰ ৪৮টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰিছিল নিৰ্বাচন আয়োগে। লগতে দুটা লোকসভা সমষ্টিৰ নিৰ্বাচনৰ দিনো ঘোষণা নিৰ্বাচন আয়োগৰ

Zubeen Garg: হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ হ’ব নতুন ঠিকনা! কাহিলীপাৰাত নাথাকে আৰু কণ্ঠশিল্পীগৰাকী

নতুনকৈ সপোনৰ এখন ঘৰ সাজিছে জুবিন-গৰিমাই। এটা অুষ্ঠানত গীত পৰিৱেশনৰ মাজতে হঠাৎ জুবিন গাৰ্গে অনুৰাগীক উদ্দেশ্যি ক’লে ‘মই নতুনকৈ ঘৰ বনালো। মই আৰু কাহিলীপাৰাত নাথাকো।

Maida Side Effects: সাৱধান! প্ৰতিদিনে ময়দাৰে তৈয়াৰী পুৰী খাই নেকি?

ময়দাৰে তৈয়াৰী পুৰী দেখিলে নিজৰ লোভ সামৰিব লাগিব? কিয়নো ময়দাৰে তৈয়াৰী খাদ্য খালে স্বাস্থ্যৰ গুৰুতৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে।(Maida Side Effects)

Popular