Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
ৰাইজৰ বাৰ্তা
জুবিনক্ষেত্ৰ পৰিদৰ্শন ১১ জনীয়া কমিটীৰ । zubeen garg
১৬আৰু ১৭ তাৰিখে প্ৰাৰ্থী ঘোষণা কৰিব দলে ৰাইজে চিন্তা কৰিব নালাগে ৰংখাংঙত আছোঁ = ড° তুলিৰাম ৰংহাং
গৌৰৱ গগৈয়ে ৰঙৰ উৎসৱ হোলী পালন নকৰা বিষয়টোক লৈ ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ! ৰঙৰ উৎসৱত কিয় দেখা নগ’ল গৌৰৱ গগৈক?gaurav gogoi
AGP: অগপ মানে মাত্র তিনিজন মানুহঃ ভূপেন বৰা
অসম
দৈনন্দিন বাৰ্তা
-
November 6, 2024
হাতী আজি ক'তো নাই৷ হাতীৰ প্ৰতি মানুহৰ এতিয়া মৰম নাই৷ এতিয়া অগপ(AGP) মানে মাত্র তিনিজন মানুহ৷ ইয়াৰে এজন অতুল বৰা, এজন কেশৱ মহন্ত আৰু এজন হ'ল ফণীভুষণ চৌধুৰী(Nabou)৷
Bhupen Hazarika’s Statue: কোকৰাঝাৰত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি উন্মোচন
অসম
দৈনন্দিন বাৰ্তা
-
November 5, 2024
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ(Bhupen Hazarika's Statue) ত্ৰয়োদশ মৃত্যু বাৰ্ষিকীত বিটিচি প্ৰধান প্ৰমোদ বড়োৱে আজি কোকৰাঝাৰৰ(Kokrajhar) সুধাকণ্ঠ কাননত প্ৰসিদ্ধ সাংস্কৃতিক ব্যক্তিত্বগৰাকীৰ এক বিশাল প্ৰতিমূৰ্তি উন্মোচন কৰে।অনুষ্ঠানটোত বৰেণ্য শিল্পীগৰাকীৰ সন্মানত 'ভূপেন্দ্ৰ বৈভৱ' শীৰ্ষক এখন স্মৰণিকাও উন্মোচন কৰা হয়।
Assam Tiwa Students’ Union: জাগীৰোডত ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ তিৱা ছাত্ৰ সন্থা আৰু জনজাতীয় সংগঠনৰ
অসম
দৈনন্দিন বাৰ্তা
-
November 5, 2024
জাগীৰোডত মঙলবাৰে ২৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সদৌ তিৱা ছাত্ৰ সন্থা(Assam Tiwa Students' Union) আৰু কেইবাটাও জনজাতীয় সংগঠনৰ৷ জাগীৰোড(Jagiroad) টাউন কমিটি গঠনৰ বিৰোধিতা, সংৰক্ষিত ট্ৰাইবেল বেল্ট ব্লক এলেকাত বেদখলকাৰীক উচ্ছেদ কৰা, তিৱা স্বায়ত্ব পৰিষদক ষষ্ঠ অনুসূচীভুক্ত কৰা আদি কেইবাটাও দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী(NH 27)৷
Dhakuakhana: ঢকুৱাখনাত নিষিদ্ধ ড্ৰাগছসহ বেপাৰীক গ্ৰেপ্তাৰ
অসম
দৈনন্দিন বাৰ্তা
-
November 5, 2024
ঢকুৱাখনাৰ(Dhakuakhana) অলিয়ে গলিয়ে নিষিদ্ধ ড্ৰাগছ আৰু ভাংৰ মুকলি বেহা চলিছে। ঘৰে বাহিৰে মুকলি ভাবেই নিষিদ্ধ ড্ৰাগছ আৰু ভাংৰ ক্ৰয় বিক্ৰই চলি আহিছে ঢকুৱাখনাত।
Mahapurusha Srimanta Sankardeva: হৰিনামৰ ধ্বনিৰে মুখৰ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ নামঘৰ
অসম
দৈনন্দিন বাৰ্তা
-
November 5, 2024
নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক, সাহিত্য-সংস্কৃতি আৰু সামাজিক ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়াই যোৱা, অসম আৰু অসমীয়াক গৌৰৱান্বিত কৰা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ(Mahapurusha Srimanta Sankardeva) উদাৰ মানৱতাবাদী, আধ্যাত্মিক দৰ্শনৰ আধাৰত প্ৰতিষ্ঠিত ভাৰতবৰ্ষৰ ধৰ্ম-সাহিত্য-সংস্কৃতিৰ সুবৃহৎ গণতান্ত্ৰিক অনুষ্ঠান শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ তিতাবৰ জিলা শাখাৰ উদ্যোগত ৩ নৱেম্বৰত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ(Gurujana) ৫৭৬সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উদযাপন কৰা হয়।
1
...
45
46
47
...
1,676
Page 46 of 1,676
Popular
Pradyut Bordoloi: আজি গেৰুৱা বসন পিন্ধিব প্ৰদ্যুৎ বৰদলৈয়েঃ মঙলবাৰে কংগ্ৰেছ দল ত্যাগ কৰে সাংসদগৰাকীয়ে
দৈনন্দিন বাৰ্তা
-
March 18, 2026