ৰাইজৰ বাৰ্তা

খাৰুপেটীয়াত সংবাদমেল  অনুষ্ঠিত কৰি দুৰ্নীতিৰ বিৰুদ্ধে হুংকাৰ ” দুৰ্নীতি মুক্ত সংগ্ৰাম অসমৰ “

দুৰ্নীতি মুক্ত সমাজ গঢ়াৰ লক্ষৰে দৰঙৰ  খাৰুপেটীয়াত  আত্মপ্ৰকাশ কৰে " দুৰ্নীতি মুক্ত সংগ্ৰাম অসম " নামৰ‌ স্বেচ্ছাসেৱী  সংগঠন এটাই  । নতুনকৈ আত্মপ্ৰকাশ কৰি  খাৰুপেটীয়াত ...

TMC ত যোগদান কৰিলে জেষ্ঠ্য নেতা ৰিপুন বৰাই

TMC ত যোগদান কৰিলে জেষ্ঠ্য নেতা ৰিপুন বৰাইকংগ্ৰেছ ত্যাগ কৰি আজি তৃণমূল কংগ্ৰেছত যোগদান কৰিলে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা জেষ্ঠ্য নেতা ৰিপুন বৰাই।তৃণমূল...

শিৱসাগৰত আৰক্ষীৰ নিৰ্লজ্জ কাণ্ড!আৰক্ষীৰ অভিযানত জব্দ হোৱা লোহা স্বয়ং আৰক্ষী বিষয়াই চোৰাংকৈ বিক্ৰী কৰিলে লোহা বেপাৰীক

যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সকলো চৰকাৰী বিভাগত দাদালি ৰাজৰ ওৰ পেলাই এখন সুস্থ আৰু এখন নিকা সমাজ গঢ়াৰ পণ লৈছে ঠিক সেই সময়তে একাংশ...

শীঘ্ৰেই তৃণমূল কংগ্ৰেছত যোগদানৰ সম্ভাৱনা ৰিপুন বৰাৰ

কংগ্ৰেছ দল ত্যাগ কৰিব ৰিপুন বৰাই কংগ্ৰেছ হাইকমাণ্ডালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ৰিপুন বৰাই।উপ-নিৰ্বাচন, পৌৰসভা নিৰ্বাচন আৰু ৰাজ্যসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছতে দলটোৰ প্ৰাক্তন...

চৰকাৰৰ বৃহৎ ঘোষণাঃ সকলোৱে পাব ৩০০ ইউনিট ফ্ৰী বিদ্যুৎ…

চৰকাৰ গঠন কৰাৰে পৰা পঞ্জাৱ চৰকাৰে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। শেহতীয়াকৈ পঞ্জাৱ চৰকাৰে ঘোষণা কৰিছে যে, ১জুলাইৰ পৰা পৰা ৰাজ্যবাসীয়ে ৩০০ ইউনিটকৈ বিদ্যুত...

Popular