ৰাইজৰ বাৰ্তা

বিশিষ্ট সাহিত্যিক তথা সাহিত্যক পেঞ্চনাৰ ড° অনিমা গগৈলৈ ২০২২ বৰ্ষৰ বীৰাঙ্গনা মূলাগাভৰু বঁটা

টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিয়ে ২০১৩ বৰ্ষৰেপৰা প্ৰদান কৰি অহা বীৰাঙ্গনা মূলাগাভৰু বঁটা এইবাৰ বিশিষ্ট সাহিত্যিক তথা সাহিত্যক পেঞ্চনাৰ ড° অনিমা...

বিশ্ব স্বাস্থ্য দিৱসত বি বৰুৱা কৰ্কট প্ৰতিস্থাপনত অসমৰ ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখী

বিশ্ব স্বাস্থ্য দিৱসত বি বৰুৱা কৰ্কট প্ৰতিস্থাপনত অসমৰ ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখী । দিৱসৰ লগত সংগতি ৰাখি ডo বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ শংকৰ লাল গোয়েঙ্কা...

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্ম স্থান মৈৰাবাৰী আলি পুখুৰী পাতেকি বড়ি সত্ৰ পৰিচালনা সমিতিৰ সভাপতি, অধিবক্তা ললিত চন্দ্ৰ বৰাৰ দেহাৱসান

মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ পবিত্ৰ জন্মস্থান আলিপুখুৰী পাটেকীবড়ী সত্ৰৰ পৰিচালনা সমিতিৰ সভাপতি তথা-ধিঙৰ বিশিষ্ট সমাজকৰ্মী, অধিবক্তা,ললিত চন্দ্ৰ বৰাৰ যোৱা নিশা আনুমানিক ১:৩০বজাত দেহাৱসান ঘটে।...

অসম আৰক্ষীত ব্যাপক সাল-সলনি

অসম আৰক্ষীত ব্যাপক সাল-সলনি।৪ৰ্থ APBnৰ অধিনায়ক শিলাদিত্য চেতিয়াক বিশেষ শাখাৰ আৰক্ষী অধীক্ষকৰ অতিৰিক্ত দায়িত্ব।শোণিতপুৰৰ SP ধনঞ্জয় ঘনৱাটক মুখ্য কাৰ্যালয়ৰ প্ৰশাসনিক শাখাৰ AIG হিচাপে বদলি...

হাতীগাঁ‌ৱৰ মৃতদেহ উদ্ধাৰৰ ঘটনাত জড়িত দুজনক গ্ৰেপ্তাৰ

হাতীগাঁ‌ৱৰ মৃতদেহ উদ্ধাৰৰ ঘটনাত জড়িত দুজনক গ্ৰেপ্তাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দেৱৰাজ ছেত্ৰী আৰু বিকি কুণ্ডুক বুধবাৰে সিজুবাৰীত উদ্ধাৰ হৈছিল ধ্ৰুৱজ্যোতি ডেকাৰ মৃতদেহ ঘটনাৰ সন্দৰ্ভত ৩ গৰাকীৰ যুৱতীৰ...

Popular