ৰাইজৰ বাৰ্তা

মুকালমুৱাত ইটাৰ ভাটাত কাম কৰা শ্ৰমিকৰ মৃত্যু।

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱাৰ ৰামপুৰস্থিত ইতাভাটাত কাম কৰা এজন শ্ৰমিকৰ আজি মৃত্যু হয়। জানিব পৰা মতে শ্ৰমিক মদন মাজি বিহাৰৰ বাপুডলাম মতিহাৰী জিলাৰ...

জন্মদিনৰ দিনা কংগনা ৰাণাৱটক ডাঙৰ আঘাত

মানহানিৰ গোচৰত স্থায়ী হাজিৰ হোৱাৰ পৰা অব্যাহতি ৰখাৰ আবেদন আদালতে নাকচ কৰিলে।অভিনেত্ৰী কংগনা ৰাণাৱটে তেওঁৰ জন্মদিনত মুম্বাইৰ আন্ধেৰী আদালতৰ পৰা এটা ডাঙৰ জোকাৰণি পাইছিল।...

ধুবুৰীত ৰেড ক্ৰছ ছ’চাইটিৰ এক উল্লেখনীয় পদক্ষেপ।

ধুবুৰীত ৰেড ক্ৰছ ছ'চাইটিৰ এক উল্লেখনীয় পদক্ষেপ ।মানৱতাৰ পৰিচয় দি আকৌ থিয় হল নিৰীহ জনৰ কাষত, ধুবুৰী চহৰৰ ৩ নং ওৱাৰ্ডৰ বাসিন্দা লক্ষী ৰায়...

ভাৰতে আন্দামানত ব্ৰাহ্মছ মিছাইলৰ সফলতাৰে পৰীক্ষণ সম্পন্ন কৰিলে

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই বুধবাৰে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত ব্ৰাহ্মছ চুপাৰচনিক ক্ৰুজ মিছাইল পৃষ্ঠৰ পৰা পৃষ্ঠলৈ সফলতাৰে পৰীক্ষা কৰে।সম্প্ৰসাৰিত পৰিসৰৰ মিছাইল পৰীক্ষামূলক গুলীচালনা...

বঙাইগাঁৱত কমতাপুৰ ৰাজ্য পুনৰ গঠন,জনজাতিকৰণৰ দাবীত তিনি ঘণ্টাৰ অৱস্থান ধৰ্মঘট পালন

অসম আৰু পশ্চিম বংগ ৰাজ্যৰ কোঁচ ৰাজবংশী জনগোষ্ঠীটোৰ ঐতিহাসিক কমতাপুৰ ৰাজ্যৰ পুনৰ গঠন আৰু জনজাতিকৰণৰ দাবীত আজি কোঁচ ৰাজবংশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে নামনি...

Popular