ৰাইজৰ বাৰ্তা

মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতে গ্ৰেপ্তাৰ হ’ল সুলভ মূল্যৰ দোকানী

 সুলভ মূল্যৰ দোকানীক মুখ্যমন্ত্ৰীয়ে মুকলি ভাবুকি প্ৰদান কৰাৰ পাছতেই পাছতেই তৎপৰ হৈ পৰিছে অসম আৰক্ষী ৷ তদন্ত আৰু অনুসন্ধানৰ পাছত বোকাখাত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ...

ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত উত্তপ্ত পৰিস্থিতি।

ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত উত্তপ্ত পৰিস্থিতি। দুৰ্নীতিৰ বিৰূদ্ধে বাতৰি সম্প্ৰচাৰ কৰাক লৈ সাংবাদিকক আক্ৰমণ এজন লাট মণ্ডলৰ। অভিযোগ অনুসৰি কিদুদিন পূৰ্বে মধুশৈলমাৰীৰ ২য় খণ্ডত   বিতৰ্কিত ভূমিক কেন্দ্ৰ কৰি...

বাক্সাৰ বাগানপাৰাৰ ধৰ্ষণ-হত্যাকাণ্ডৰ তিনি অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

বাক্সা জিলাৰ বাগানপাৰা আৰক্ষী চকীৰ অন্তৰ্গত উত্তৰপাৰাৰ এগৰাকী যুৱতীক দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা কৰা ঘটনাৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই ৷ যোৱা নিশা বৰবৰী...

মালিবাৰীত চোৰাং কাঠৰ বিৰুদ্ধে বন বিভাগৰ অভিযান

 পশ্চিম কামৰূপ বন সংমণ্ডলৰ নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ একাংশ অঞ্চলত বন বিভাগৰ ছত্ৰছায়াত চোৰাং কাঠৰ  লগতে অবৈধভাৱে বালিৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত...

লেখক-গীতিকাৰ শচীন দাসৰ নৱতম গ্ৰন্থ “ভূপেন হাজৰিকাৰ গীতত প্ৰেম আৰু প্ৰতীতি”ৰ উন্মোচন

আজি মহানগৰীৰ পশ্চিম বৰাগাঁৱৰ "কাব্যকু়ঞ্জ" ত লেখক-গীতিকাৰ শচীন দাসৰ নৱতম গ্ৰন্থ "ভূপেন হাজৰিকাৰ গীতত প্ৰেম আৰু প্ৰতীতি" উন্মোচন কৰা হয়। গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট...

Popular