ৰাইজৰ বাৰ্তা

লক্ষ্মী পুৰ্ণিমাৰ দিনাই আৰম্ভ হয় মাজুলীৰ অৰ্ধ শতাধিক ৰংগমঞ্চত ৰাসৰ নাট মেলা পৰ্ব

ক'ভিদ-১৯ ৰ সংক্ৰমণ কিছু সামকটাৰ আৰু চৰকাৰী নীতি নিৰ্দেশনাৰ কিছু শিঠিলতা বাবে মাজুলীৰ শাৰদীয় উৎসৱ অনুষ্ঠিত কৰাৰ বাবে  বিভিন্ন অঞ্চলৰ ৰাইজৰ মাজত এক উলহ...

কিয় মেৰামতিৰ কাম আৰম্ভ হোৱা নাই বৰপেটা-দৌলাশাল-গুৱাহাটী পথটোৰ ভেল্লাৰ জৰাজীৰ্ণ অংশছোৱা?

 কিয় আজিলৈকে মেৰামতিৰ কাম আৰম্ভ হোৱা নাই বৰপেটা-দৌলাশাল-গুৱাহাটী পথটোৰ ভেল্লাৰ জৰাজীৰ্ণ অংশছোৱা? কেতিয়া মেৰামতি হব পথটোৰ ভেল্লাৰ জৰাজীৰ্ণ অংশছোৱা? ৰাইজে বাৰাম্বাৰ দাবী জনোৱাৰ পিছতো মেৰামতিৰ...

২০২২ চনৰ ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী সন্দৰ্ভত গুৰুত্বপূৰ্ণ সভা

আজি ইংৰাজী ২০ অক্টোবৰ ২০২১ তাৰিখে হোজাই জিলাৰ উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া শ্ৰী অনুপম চৌধুৰীৰ অধ্যক্ষতাত হোজাই জিলাৰ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতত...

এ আই ইউ ডি এফ – বিজেপিৰ বি টীম কোৱাৰ নৈতিক অধিকাৰ নাই কংগ্ৰেছৰ : বিধায়ক ৰফিকূল ইছলাম

কংগ্ৰেছ আৰু বিজেপি একাকাৰ হৈ গৈছে ৷কংগ্ৰেছৰ ডাঙৰ ডাঙৰ নেতা সকলেই বিজেপিত গৈ ডাঙৰ ডাঙৰ নেতা হৈ মন্ত্ৰীত্ব লৈছে ৷কংগ্ৰেছ দলেই বিজেপি দলক একাকাৰ...

বিটিচিৰ উপমুখ্য কাৰ্যবাহী তথা বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ বিৰূপ মন্তব্যৰ বিৰুদ্ধে ওদালগুৰিত প্ৰাক্তন এন ডি এফ বিৰ প্ৰতিবাদ

এন ডি এফ বিয়ে চাৰি লাখৰ বাবে সংগ্ৰাম কৰা বুলি কালি তামোলপুৰ বিধানসভাৰ উপ নিৰ্বাচনী সভাত প্ৰচাৰ চলাবলৈ আহি বিটিচি ৰ উপমুখ্য কাৰ্যবাহী তথা...

Popular