Breaking

দুদিনৰ বাবে বন্ধ থাকিব পেট্ৰ’ল পাম্প! ক’ত, ক’ত বন্ধ থাকিব পাম্প…

0 117

📌দুদিন ধৰি বন্ধ থাকিব পেট্ৰ’ল পাম্প।

📌৩০ মাৰ্চৰ পৰা ১ এপ্ৰিললৈ বন্ধ থাকিব পেট্ৰ’ল পাম্প।

📌কামৰূপ, কামৰূপ মহানগৰ আৰু মৰিগাঁও জিলাত ৩০ মাৰ্চৰ পুৱা ৫ বজাৰ পৰা ১ এপ্ৰিলৰ পুৱা ৫ বজালৈ বন্ধ থাকিব পাম্পসমূহ৷

📌বহুকেইটা দাবীৰে পেট্ৰ’ল পাম্প বন্ধৰ ঘোষণা কৰিছে নৰ্থ ইষ্ট পেট্ৰ’লিয়াম ডিলাৰ্ছ এছ’চিয়েচনে।

Leave A Reply