July 13, 2024 নগাঁও আৰু হোজাই জিলাৰ অভিভাৱক মন্ত্ৰী হ’ব পীযূষ হাজৰিকা… Share FacebookTwitterWhatsAppTelegramKooEmail নগাঁও আৰু হোজাই জিলাৰ অভিভাৱক মন্ত্ৰী হ’ব পীযূষ হাজৰিকা। পূৰ্বে দুই জিলাৰ অভিভাৱক মন্ত্ৰী আছিল পৰিমল শুক্লবৈদ্য। সাংসদ নিৰ্বাচিত হোৱা বাবেই মন্ত্ৰিত্ব এৰিছিল পৰিমল শুক্লবৈদ্যই। Related Articles ৰাজা ৰঘুবংশী হত্যাকাণ্ডঃ “৩ বছৰে ৰাজক ৰাখী পিন্ধাইছিল সোনমে” – বিস্ফোৰক মন্তব্য সোনমৰ ভাতৃ গোবিন্দৰ, দোষীক ফাঁচীৰ দাবী । Raja Raghuvanshi Murder Case দৈনন্দিন বাৰ্তা - June 11, 2025 ২০২৬ৰ নিৰ্বাচনতে ৰাজ্যৰ সক্ৰিয় ৰাজনীতিলৈ উভতি অহাৰ সম্ভাৱনা ফণীন্দ্ৰনাথ শৰ্মাৰ ! Phanindranath Sharma দৈনন্দিন বাৰ্তা - June 11, 2025 এদিনৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হ’ব অখিল গগৈ ! Assembly দৈনন্দিন বাৰ্তা - June 9, 2025