বিশ্ব ৰেডক্ৰচ দিৱস উপলক্ষে ভাৰতীয় ৰেডক্ৰচ ছছাইটি, ওদালগুৰি জিলা শাখাৰ উদ্যোগত বাপুজী প্ৰাথমিক বিদ্যালয় প্ৰাংগনত
বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ন কৰা হয়।ইয়াৰ লগতে ৰেডক্ৰচ, ওদালগুৰিৰ আজীৱন সদস্য সকলক জিলা শাখাৰ তৰফৰ পৰা প্ৰমাণপত্ৰ ও প্ৰদান কৰা হয়।উক্ত অনুষ্ঠানটোত ৰেডক্ৰচ ছছাইটি, ওদালগুৰি জিলা শাখাৰ সভাপতি ডালিম বায়ন, উপ সভাপতি শৰৎ বসুমতাৰী, সম্পাদক মিলন দাস, বাপুজী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হৰেশ্বৰ শৰ্মাৰ লগতে ৰেডক্ৰচৰ সদস্য সকলে অংশগ্ৰহণ কৰে।
বিশ্ব ৰেডক্ৰচ দিৱস উপলক্ষ্যে ভাৰতীয় ৰেডক্ৰচ ছছাইটি, ওদালগুৰি জিলা শাখাৰ উদ্যোগত বৃক্ষৰোপণ কাৰ্যসূচী

