শেহতীয়া ক’ভিড পৰিস্থিতিৰ সন্দৰ্ভত মন্ত্ৰী পৰিষদৰ সৈতে প্ৰধানমন্ত্ৰী মোডীৰ বৈঠক

দেশৰ জনগনে যাতে ক’ভিড প্ৰট’কল মানি চলিব পাৰে ৷তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ মন্ত্ৰীসকলক আহ্বান মোডীৰ ,কৰ’নাৰ তৃতীয় ঢৌৰ পৰা পৰিত্ৰাণ পাবলৈ সকলোকে ভেকচিন ল’বলৈ আহ্বান মোডীৰ ,লগতে মোডীয়ে কয় কৰ’নাৰ বিৰুদ্ধে হোৱা যুদ্ধখন এতিয়াও শেষ হোৱা নাই ।সেয়ে ভেকচিনেশ্যন অত্যন্ত প্ৰয়োজনীয়।

Related Articles