Breaking

বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় নেতাৰ তালিকাৰ শীৰ্ষত প্ৰধানমন্ত্ৰী মোদী

0 51

আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰামৰ্শদাতা প্ৰতিষ্ঠান মৰ্নিং কনছাল্টৰ এক সমীক্ষা অনুসৰি ৭৬% অনুমোদন ৰেটিং লাভ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক বিশ্বৰ আটাইতকৈ জনপ্ৰিয় নেতা হিচাপে স্থান দিয়া হৈছে।

তেওঁৰ পিছতে মেক্সিক’ৰ ৰাষ্ট্ৰপতি আন্দ্ৰেছ মেনুৱেল লোপেজ ওব্ৰাডৰ (৬৬%), ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি এলেন বাৰ্চেট (৫৮%) আৰু ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাছিঅ’ লুলা দা চিলভা (৪৯%)।

ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নি (৪১%)ও এই তালিকাত আছে।

Leave A Reply