মাজবাটৰ চিকাৰী দাঙাত প্ৰধান মন্ত্ৰীৰ জলজীৱন পানী আচনিৰ শুভ উদ্ধোধণ

২অক্টোবৰত  ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ড বিটিচি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ২নং চিকাৰী দাঙা গাঁৱত প্ৰধানমন্ত্ৰী জলজীৱন পানী আচনিৰ শুভ উদ্ধোধন কৰে বিটিচিচিকাৰী দাঙা  পাচনৈ চেৰফাং পাৰিষদ  দীপক মৌৰে ৷ উক্ত শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ ওদালগুৰি জিলাৰ সাধাৰণ সম্পাদক  বিৰদাউ বসুমতাৰী, ওদালগুৰি জিলা যুৱমৰ্চাৰ সাধাৰণ সম্পাদক  সমৰ হাজৰিকা  উপস্থিত থাকে ৷২নং চিকাৰী দাঙা গাঁৱৰ সভাপতি  দানেশ্বৰ বসুমতাৰী, উপস্থিত থাকে ৷পাচনৈ চেৰফাং  সমষ্টিৰ সহকাৰী  অভিযন্তা   দীম্বেশ্বৰ শৰ্মা,ঠিকাদাৰ  অজিত দৈমাৰী ,বিজেপি কাৰ্য্যকৰ্তা  শ্ৰীকান্ত দৈমাৰী, বিৰেণ দৈমাৰী, দ্বীপজোতি শৰ্মা, চাংচোমা বসুমতাৰীৰ লগতে স্থানীয় গাওঁবাসী   ৰাইজ উপস্থিত থাকে ৷

Related Articles