‘প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা আঁচনি এতিয়া নজ্বলা হ’ল’।

বাগানৰ মানুহে এতিয়া খৰিত ভাত ৰান্ধি খাবলগীয়া হৈছে।

টিংখাঙৰ হালমাৰী চাহ বাগিচাত এই মন্তব্য ভূপেন বৰাৰ।