Breaking

পাকিস্তানৰ পঞ্জাব প্ৰান্তত নিউমোনিয়াৰ সংহাৰ, মৃত্যু ২২০টি শিশুৰ…

0 26

পাকিস্তানৰ পঞ্জাব প্ৰান্তত নিউমোনিয়াৰ সংহাৰ৷


নিউমোনিয়াত আক্ৰান্ত হৈ ৩ সপ্তাহতে মৃত্যু হয় ২২০ টি শিশুৰ৷


মৃত আটাইকেইটি শিশু ৫ বছৰতকৈ তলৰ৷


১ জানুৱাৰীলৈ নিউমোনিয়াত আক্ৰান্ত ১০ হাজাৰতকৈও অধিক শিশু।


বিগত বৰ্ষত পাকিস্তানত নিউমোনিয়াত মৃত্যু হৈছিল ৯৯০টি শিশুৰ৷

Leave A Reply