Breaking

কবি-অনুবাদক আনিছ উজ জামানলৈ ২০২৩ বৰ্ষৰ অমূল্য চক্ৰৱৰ্তী সোঁৱৰণী অনুবাদ সাহিত্য বঁটা প্ৰদান…

0 78

জনপ্ৰিয় কবি-অনুবাদক আনিছ উজ জামানলৈ ২০২৩ বৰ্ষৰ অমূল্য চক্ৰৱৰ্তী সোঁৱৰণী অনুবাদ সাহিত্য বঁটা আগবঢ়োৱা হৈছে।

জাপানী হাইকু কবি মাৎছুও বাশ্বোৰ ২১০ টা হাইকুৰ অনুবাদেৰে সজোৱা জামানৰ ‘এজাক ফুলৰ ধুমুহা’ গ্ৰন্থখনৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে।

গ্ৰন্থখনৰ প্ৰকাশক প্ৰজ্ঞা মিডিয়াহাইপ। দৈনন্দিন বাৰ্তাৰ তৰফৰ পৰা আন্তৰিকতাৰে অভিনন্দন।

Leave A Reply