Breaking

মৰ্মান্তিক ! এবুকু পানীৰ মাজত মৃতকক লৈ যাত্ৰা…..

0 217

কাছাৰ : বানে বিস্তৰ ক্ষতি কৰা কাছাৰ জিলাৰ শিলচৰ আৰু কাষৰীয়া অঞ্চলসমূহৰ বান পৰিস্থিতিৰ কৰুণ ছবি ।

মৃতকক লৈ হাহাকাৰ । সামাজিক মাধ্যমক বিশেষ কৰুণ ছবি ভাইৰেল ।

এবুকু পানীৰ মাজত মৃতকক লৈ যাত্ৰা । বানে সংহাৰী ৰূপ কাছাৰ জিলাত ।

ভয়ংকৰ বানে ৰাইজৰ যতেষ্ট ক্ষতি সাধন কৰে। মানুহৰ লগতে পশুধনৰ যতেষ্ট ক্ষতিসাধন হৈছে । মাতৃৰ নিথৰ দেহ লৈ ভূৰৰ মাজত ঘণ্টা ঘণ্টা ধৰি অসহায় পুত্ৰ।

চাৰিওফালে পানী আৰু পানী, মৃতদেহ সৎকাৰৰ বাবে নাই এডোখৰ মাটি। ব্যথাভৰা এনে দৃশ্য সুলভ এতিয়া শিলচৰত!

Leave A Reply