বজালীত ৩ প্ৰতিবাদকাৰীক আটক আৰক্ষীৰ।

বজালী জিলা সুৰক্ষা সমিতিৰ সম্পাদক বিজন বায়ন, AJYCPৰ AGS মৃদুল তালুকদাৰ, কুশল ৰয়ক আটক।

২০ মিনিটৰ ভিতৰত আটকাধীন প্ৰতিবাদকাৰীক মোকলাই দিয়াৰ দাবী আছুৰ। অন্যথা ভয়াৱহ পৰিস্থিতিৰ সূচনা কৰাৰ হুংকাৰ।