August 8, 2024 গোৱালপাৰাৰ লক্ষীপুৰত ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী… Share FacebookTwitterWhatsAppTelegramKooEmail গোৱালপাৰাৰ লক্ষীপুৰত গুলীচালনাৰ ঘটনা। ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী। গুলীবিদ্ধ ডকাইত নুৰ আলম। আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতে গুলীচালনা। ভৰিত আঘাতপ্ৰাপ্ত নুৰক গোৱালপাৰা অসামৰিকত চিকিৎসালয়ত ভৰ্তি। Author: দৈনন্দিন বাৰ্তা Related Articles গুৱাহাটীৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা আৰু উদ্ধোধন দৈনন্দিন বাৰ্তা - February 25, 2026 উজনি অসমত এইবাৰ ৰাজ-মিস্ত্ৰীৰ ৰূপত মিঞা চোৰ দৈনন্দিন বাৰ্তা - February 25, 2026 গুৱাহাটীত এইচ ডি এফ চি বেংকে নতুনকৈ মুকলি কৰিলে প্ৰযুক্তি আৰু ডিজিটেল ফেক্টৰী দৈনন্দিন বাৰ্তা - February 24, 2026