August 2, 2024 ধুবুৰীত অৰুণোদয়ৰ ধন সংগ্ৰহৰ অভিযোগত আটক আৰক্ষী জোৱান… Share FacebookTwitterWhatsAppTelegramKooEmail ধুবুৰীত আৰক্ষীয়ে আটক কৰিলে আৰক্ষীক৷ অৰুণোদয়ৰ ধন সংগ্ৰহৰ অভিযোগত আটক আৰক্ষী জোৱান৷ ৰাকিবুল ইছলাম আহমেদ নামৰ জোৱানজনক আটক৷ জোৱানজনে বিজেপিৰ নেতা বুলি পৰিচয় দি সংগ্ৰহ কৰিছিল ধন৷ Author: দৈনন্দিন বাৰ্তা Related Articles ৬ দিনতেই ১০ লাখৰো অধিক লোকৰ অংশগ্ৰহণেৰে বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’; অসমজুৰি ধ্বনি— “আহিছে আহিছে হিমন্ত আহিছে” । CMO ASSAM দৈনন্দিন বাৰ্তা - March 7, 2026 গুৱাহাটীৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা আৰু উদ্ধোধন দৈনন্দিন বাৰ্তা - February 25, 2026 উজনি অসমত এইবাৰ ৰাজ-মিস্ত্ৰীৰ ৰূপত মিঞা চোৰ দৈনন্দিন বাৰ্তা - February 25, 2026