Breaking

জুৱাৰীৰ ওপৰত আৰক্ষীৰ তীক্ষ্ণ নজৰ

0 58

এইবাৰ জুৱাৰীৰ ওপৰত আৰক্ষীৰ তীক্ষ্ণ নজৰ।দেওবাৰে নিশা ডিব্ৰুগড় চাউলখোৱাৰ আৰু বাণীপুৰৰ প্ৰায় ১২জন জুৱাৰী আৰক্ষীৰ জালত। আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি ১২জন জুৱাৰীক জুৱা খেলৰ পৰা আটক কৰে ডিব্ৰুগড় সদৰ আৰক্ষীয়ে, বৰ্তমানে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

আৰক্ষীৰ অভিযানত ডিব্ৰুগড়ৰ দুটা স্থানত জুৱা ঘাটি উফৰাই

আৰক্ষীয়ে জব্দ কৰিছে কেইবাখনো বাহন।

এই জুৱা খেলৰ সময়ত নগদ ২১,১০০ টকাৰ লগতে আটক প্ৰায় জন ১২ জন জুৱাৰী।

Leave A Reply