Breaking

নাজিৰাত ড্ৰাগছৰ বিৰূদ্ধে আৰক্ষীৰ অভিযান। আটক দুই ড্ৰাগছ সৰবৰাহকাৰীক…

0 115

নাজিৰাত ড্ৰাগছৰ বিৰূদ্ধে আৰক্ষীৰ অভিযান।

ড্ৰাগছসহ কৰায়ত্ব দুই ড্ৰাগছ সৰবৰাহকাৰীক।

চেপন চুণপোৰা পথত খেদি খেদি কৰায়ত্ত কৰে দুই ড্ৰাগছ সৰবৰাহকাৰী আব্দুল আব্বাৰ আৰু আশীষ শৰ্মাক।

দুয়োৰে পৰা ৩৫ গ্ৰাম ব্ৰাউন ছুগাৰৰ লগতে জব্দ কন্টেইনাৰ।

লগতে জব্দ দুটা ম’বাইল ফোনো।

নাজিৰাৰ মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্ত , নাজিৰা আদৰ্শ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভৱেন দাস আৰু শিমলুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত যৌথভাৱে চলিছিল এই অভিযান।

নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ প্ৰতিবেদন

Leave A Reply