নিশা কচুৱাৰ বিৰিঙাআটিত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বহু পৰিমাণৰ ড্ৰাগছ…

নিশা কচুৱাৰ বিৰিঙাআটিত আৰক্ষীৰ অভিযান।

কচুৱা থানাৰ আৰক্ষী বিষয়া ৰাজা ঈৰছাদৰ নেতৃত্বত চলিছিল এই অভিযান।

অভিযানত প্ৰভাৱতী বিশ্বাস নামৰ এগৰাকী মহিলাৰ ঘৰৰ ৬০ টা (74 Gm)ড্ৰাগছ ভৰ্তী কণ্টেনাৰ জব্দ কৰে আৰক্ষীৰ দলটোৱ।



তাৰোপৰি পলিথিনৰ পেকেটতো ৭-২৬ গ্ৰাম হেৰইন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী।

আৰক্ষীয়ে মহিলা গৰাকীকো আটক কৰি জেৰা অব্যাহত ৰাখিছে।

Related Articles