November 1, 2023 চিলাপথাৰৰ ছ’চাইটি গাঁৱত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযানত জব্দ ২৪৯ গ্ৰাম হেৰ’ইন… Share FacebookTwitterWhatsAppTelegramKooEmail চিলাপথাৰৰ ছ’চাইটি গাঁৱত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান। ২৪৯ গ্ৰাম হেৰ’ইন, নগদ ১ লাখ ৭ হাজাৰ টকা জব্দ। ১৮ টা চাবোনৰ বাকচত ঘৰত লুকুৱাই ৰখা অৱস্থাত জব্দ হেৰ’ইনখিনি। অভিযানত সৰবৰাহকাৰী পংকজ পাইতক আটক। Author: দৈনন্দিন বাৰ্তা Related Articles কংগ্ৰেছ বিজেপিৰ ‘এ-প্লাছ দল’: মুখ্যমন্ত্ৰীৰ পৰা ধন লোৱাৰ প্ৰমাণ আছে বুলি বিস্ফোৰক অভিযোগ আজমলৰ । দৈনন্দিন বাৰ্তা - December 18, 2025 গৰিমা শইকীয়া গাৰ্গক লৈ চলোৱা অপপ্ৰচাৰক কঠোৰ ভাষাৰে নিন্দা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । CM ASSAM দৈনন্দিন বাৰ্তা - December 18, 2025 ২০ ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী, নতুন বছৰৰ পূৰ্বে ৰাইজক দিব বিশেষ উপহাৰ । Narendra Modi দৈনন্দিন বাৰ্তা - December 16, 2025