Breaking

পুনৰ টেঙাখাত আৰক্ষী সাফল্য ৷ ড্ৰাগছসহ আটক এজনক…

0 86

পুনৰ টেঙাখাত আৰক্ষী সাফল্য ৷ ড্ৰাগছসহ এজনক আটক । যোৱা নিশা টেঙাখাত আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি টেঙাখাতৰ চিৰাপতি পৰা এজন ডাসছ সৰবৰাহকাৰীক হাতে-লুটে কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ড্ৰাগছ সৰবৰাহকাৰী নাম মুহিবোৰ হুছেইন।জানিব পৰা মতে ধৃত ডাসছ সৰবৰাহকাৰীটোৱে দীৰ্ঘদিনৰ পৰা এই ব্যৱসায়ৰ লগত জড়িত আছিল ৷

ধৃত ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা ড্ৰাগছ লোৱা সাম্ৰগী উদ্ধাৰ কৰা উপৰিও এখন মাৰুতি ভান উদ্ধাৰ জব্দ কৰে।ড্ৰাগছ সৰবৰাহ লগত জড়িত থাকি উঠি অহা নৱ প্ৰজন্মক ধবংসৰ গৰাহলৈ ঠেলি দি সামাজিক পৰিৱেশ বিনষ্ট কৰি আহিছে একাংশই। ইতিমধ্যে C/no 34/23 এক গোচৰ ৰোজু কৰি জেললৈ প্ৰেৰণ কৰে উক্ত ড্ৰাগছ সৰবৰাহকাৰীক।

টেঙাখাতৰ পৰা ব্ৰজেন গগৈৰ প্ৰতিবেদন।

Leave A Reply