লাহৰীঘাটৰ কাঠনি পাৰঘাটত আৰক্ষীয়ে চলাচল স্থগিত কৰিলে ৪৭ ভুটভুটি নাওঁ

মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত কাঠনি পাৰঘাটত  লাহৰীঘাট আৰক্ষীয়ে চলাচল স্থগিত  ৰাখিছে ৪৭ খন ভুটভুটি নাওঁ। জানিব পৰা মতে দৰং জিলাৰ ছিপাঝাৰৰ ধলপুৰৰ ঘটনাৰ লগত সংগতি ৰাখি  জিলা প্ৰশাসনে এই সিদ্ধান্ত লোৱা হৈছে।প্ৰশাসনে স্থগিত কৰা ভুটভুটি নাওঁ বোৰ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ কেবাটাও চৰৰ পৰা কাঠনি পাৰঘাটলৈ অনা হৈছে।

Related Articles