September 15, 2023 যৌতুক বিচাৰি পত্নীক নিৰ্যাতন আৰক্ষী জোৱানৰ… Share FacebookTwitterWhatsAppTelegramKooEmail যৌতুক বিচাৰি পত্নীক নিৰ্যাতন আৰক্ষী জোৱানৰ ৷ আৰক্ষী জোৱান ৰূপজ্যোতি হাজৰিকাৰ বিৰুদ্ধে অভিযোগ৷ ৰূপজ্যোতি দেৰগাঁৱৰ একাদশ অসম বেটেলিয়নত কৰ্মৰত৷ সুৰা পান কৰি পত্নীক অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ৷ Author: দৈনন্দিন বাৰ্তা Related Articles বিশ্ববেংকৰ পৰা ২৭৫০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে: শিক্ষাখণ্ড উন্নয়নৰ বাবে কেবিনেটৰ বৃহৎ সিদ্ধান্ত ASSAM CABINET দৈনন্দিন বাৰ্তা - July 23, 2025 Guwahati Crime News :হেঙেৰাবাৰীত ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা, ছুৰিকাঘাতত মৃত্যু এজনৰ দৈনন্দিন বাৰ্তা - July 17, 2025 Archita Phukan: অৰ্চিতাৰ ভুৱা ফটো, ভিডিঅ’ আপলোড কৰি ১০ লাখ টকা সংগ্ৰহ প্ৰাক্তন প্ৰেমিকৰ দৈনন্দিন বাৰ্তা - July 13, 2025