Political News: বিষ্ণুপুৰ মণ্ডলৰ কাৰ্যনিৰ্বাহক সভাৰ সামৰণি

আজি ছাত্ৰী(Political News)বাৰী কে চি ৰোডত অৱস্থিত পৰশুৰাম সেৱা সদনত ৰাতিপুৱা পতাকা উত্তোলন কৰে মণ্ডলৰ সভাপতি ৰাজীৱ দাসে বন্তি প্ৰজ্বলন কৰে ডি এন পি এলৰ অধ্যক্ষ বিজয় গুপ্তাই ভাৰতীয় জনতা পাৰ্টিৰ বিষ্ণুপুৰ মণ্ডলৰ সভাপতি ৰাজীৱ দাসৰ সভাপতিত্বত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ৷

সভাত মুখ্য বক্তা বিজয় গুপ্তা ’’গুৱাহাটী পৌৰনিগমৰ পৌৰপতি মৃগেন শৰণীয়া মাৰ্গদৰ্শনৰ ওপৰত বক্তব্য প্ৰদান কৰে ৷ জি এম ডি’ৰ উপাধ্যক্ষ মুকুতা ডেকা’’ এ এম ডি চি এলৰ উপাধ্যক্ষ অশোক ভৰালী’’ জিলা উপ-সভানেত্ৰী কৃষ্ণা দাস জিলা কাৰ্যনিৰ্বাহক দেৱান ধ্ৰুৱজ্যোতি মৰাল ’১৮ নং ৱাৰ্ডৰ পাৰিষদ শংকৰ চক্ৰৱৰ্তী’ ১৯ নং ৱাৰ্ডৰ পাৰিষদ বৃজেশ ৰয় ২১ নং ৱাৰ্ডৰ পাৰিষদ সন্দীপ দেবৰ লগতে দ্বীপজ্যোতি মিশ্ৰ উপস্থিত থাকে ৷

মণ্ডলৰ কাৰ্যকৰ্তা শক্তিকেন্দ্ৰৰ আহ্বায়ক মৰ্চাৰ সভাপতি আৰু বুথ-সভাপতি, বুথ সভানেত্ৰী সকলৰ সহায় সহযোগিতা অনু্ষ্ঠিত হয় ৷ সভাৰ আত ধৰে উপভাপতি অৰুপ গোস্বামী সাধাৰণ সম্পাদক পৰিক্ষীত ভট্ৰাচাৰ্য্য ই শোক প্ৰস্তাৱ পাঠ কৰাৰ লগতে সাধাৰণ সম্পাদক বাবুল ৰাজবংশীয়ে শলাগৰ শৰাই আগবঢ়াই ৷

Related Articles