ৰাজনীতি

আজি বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন

আজি বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। বিয়লি ৩ বজালৈ প্ৰাৰ্থীয়ে প্ৰত্যাহাৰ কৰিব পাৰিব মনোনয়ন।বৰ্তমানলৈকে ৫ গৰাকী প্রার্থীয়ে প্ৰত্যাহাৰ কৰিছে মনোনয়ন।

Assembly election 2026: গুৱাহাটীত আকৰ্ষণীয় হ’ব নিৰ্বাচনী যুঁজঃ আসন ৫খন, যোদ্ধা ২৬গৰাকী

Assembly election 2026: গুৱাহাটীত আকৰ্ষণীয় হ'ব নিৰ্বাচনী যুঁজঃ আসন ৫খন, যোদ্ধা ২৬গৰাকী

উৎসাহ-উল্লাসেৰে ৮১৮ প্ৰাৰ্থীৰ মনোনয়ন দাখিল

উৎসাহ-উল্লাসেৰে ৮১৮ প্ৰাৰ্থীৰ মনোনয়ন দাখিল। সোমবাৰে অন্ত পৰিল অসম বিধানসভা নিৰ্বাচনৰ মনোনয়ন দাখিল পৰ্বৰ৷

BJP-বিজেপিৰ প্ৰাৰ্থী তালিকাত হ্ৰাস পালে মহিলা প্ৰাৰ্থীৰ সংখ্যা

২০২৬ চনৰ অসম (BJP) বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে ঘোষণা কৰিছে প্ৰাৰ্থী তালিকা৷ কিন্তু এইবাৰৰ প্ৰাৰ্থী তালিকাত মহিলা প্ৰতিনিধিৰ সংখ্যা কম হোৱা দেখা গৈছে৷

যোৰহাটত কংগ্ৰেছৰ গৌৰৱ গগৈ-বিজেপিৰ হিতেন্দ্ৰ নাথ গোস্বামীৰ মাজত যুজ এখন হ’ব…

যোৰহাটত কংগ্ৰেছৰ গৌৰৱ গগৈ-বিজেপিৰ হিতেন্দ্ৰ নাথ গোস্বামীৰ মাজত যুজ এখন হ'ব...। মই পুনৰ বিধানসভাত থাকিম আৰু তেওঁ লোকসভাত থাকিব

Popular