ৰাজনীতি

Mamata Banerjee । দেশৰ দুখীয়া মুখ্যমন্ত্ৰীৰ তালিকাত শীৰ্ষত আছে মমতা বেনাৰ্জীৰ নাম

Mamata Banerjee । দেশৰ দুখীয়া মুখ্যমন্ত্ৰীৰ তালিকাত শীৰ্ষত আছে মমতা বেনাৰ্জীৰ নাম

Arunachal Pradesh । অসম অৰুনাচল প্ৰদেশৰ সীমান্তৱৰ্তী ধেমাজি জিলা চিলাপথাৰত বিবাদমান ভূমি সমস্যাক লৈ চেপা উত্তেজনা

Arunachal Pradesh । অসম অৰুনাচল প্ৰদেশৰ সীমান্তৱৰ্তী ধেমাজি জিলা চিলাপথাৰত বিবাদমান ভূমি সমস্যাক লৈ চেপা উত্তেজনা

AGP । নতুন বছৰটো “মাতৃভাষা বৰ্ষ” হিচাপে পালন কৰিব অগপই

AGP । নতুন বছৰটো “মাতৃভাষা বৰ্ষ” হিচাপে পালন কৰিব অগপই

Delhi Assembly Election 2025: দিল্লীত পুনৰ আপ ক্ষমতালৈ আহিলে ১৮ হাজাৰ টকালৈ বৃদ্ধি পাব পুৰোহিতৰ দৰমহা

দিল্লীত পুনৰ আপ ক্ষমতালৈ আহিলে ১৮ হাজাৰ টকালৈ বৃদ্ধি পাব মন্দিৰৰ পুৰোহিত আৰু গুৰুদ্বাৰৰ গ্ৰন্থীসকলৰ দৰমহা। ৩১ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব আঁচনিখনৰ বাবে পঞ্জীয়ন।(Delhi Assembly Election 2025)

Atul Bora। বাঘৰ আক্ৰমণৰ পৰা কিদৰে নিজক ৰক্ষা কৰিব কি ক’লে বিধায়ক অতুল বৰাই…

Atul Bora। অতুল বৰাই কয়, " বাঘৰ উপদ্ৰৱ বৃদ্ধি হৈছে। বিভিন্ন ঠাইতে বাঘে মানুহক আক্ৰমণ কৰিছে। কিন্তু বাঘে কেতিয়াও মানুহক সন্মুখৰ পৰা আক্ৰমণ নকৰে। সদায় পাছফালৰ পৰাই আক্ৰমণ কৰে। বাঘ মানুহৰ ঘৰত সোমোৱা নাই, বাঘৰ ঘৰতহে মানুহ সোমাইছে।"

Popular