ৰাজনীতি

Bhutan and Assam।অসম-ভূটানৰ মাজত থকা ঐতিহ্যপূর্ণ সম্পর্ক অধিক সুদৃঢ়কৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা

Bhutan and Assam। ৰয়েল ভূটান চৰকাৰৰ আমন্ত্রণমর্মে চাৰিদিনীয়া ভ্রমণসূচীৰে সম্প্রতি ভূটান ভ্রমণৰত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাই মঙলবাৰে ভ্ৰমণৰ দ্বিতীয়টো দিনত ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়াল ৱাংচুকক সাক্ষাৎ কৰি অসম-ভূটানৰ মাজত থকা ঐতিহ্যপূর্ণ সম্পর্কক অধিক সুদৃঢ়কৰণৰ ক্ষেত্রত এক গুৰুত্বপূর্ণ আলোচনাত মিলিত হয় ।

Warning To Stone-Pelters:হিন্দু শোভাযাত্ৰা পাৰ হ’লেই সমস্যা আৰম্ভ হয়…

উত্তৰ প্ৰদেশত শেহতীয়াকৈ হিন্দু লোকৰ ধৰ্মীয় শোভাযাত্ৰাৰ সময়ত দুৰ্বৃত্তই শিলগুটি নিক্ষেপ(Warning To Stone-Pelters) কৰাৰ ঘটনা বৃদ্ধি পাইছে।

Priyanka Gandhi Bangladesh Bag: হাতে হাতে আমি বাংলাদেশৰ হিন্দু আৰু খ্ৰীষ্টানসকলৰ সৈতে থিয় দিছোঁ বুলি লিখা বেগ লৈ প্ৰতিবাদ বিৰোধীৰ

মঙলবাৰে বাংলাদেশী হিন্দুৰ সমৰ্থনত প্ৰিয়ংকা গান্ধীক দেখা গ’ল। সোমবাৰে কান্ধত ‘পেলেষ্টাইন’ লিখা বেগ এটা লৈ যোৱাৰ সময়তে মঙলবাৰে বাংলাদেশী হিন্দু আৰু খ্ৰীষ্টানৰ সপক্ষে মাত মাতিবলৈ বেগ লৈ উপস্থিত হয়।(Priyanka Gandhi Bangladesh Bag)

One Nation One Election Bill: আজি লোকসভাত উত্থাপন এক দেশ এক নিৰ্বাচন বিধেয়ক

আজি লোকসভাত উত্থাপন এক দেশ এক নিৰ্বাচন বিধেয়ক। আইনমন্ত্ৰী অৰ্জুন মেঘুৱালে সদনত উত্থাপন কৰিলে বিধেয়কখন। (One Nation, One Election Bill)

Priyanka Gandhi Vadra: প্ৰিয়ংকাৰ দৰে সাহস নাই পাকিস্তানী সাংসদৰ! পেলেষ্টাইন লিখা বেগৰ প্ৰশংসা প্ৰাক্তন পাক মন্ত্ৰীৰ

সোমবাৰে ‘পেলেষ্টাইন’ লিখা মোনা লৈ সংসদত উপস্থিত হৈছিল প্ৰিয়ংকা গান্ধী৷ ইয়াৰ পাছতেই পাকিস্তানৰ প্ৰাক্তন মন্ত্ৰী ফাৱাদ হুছেইনে প্ৰিয়ংকা গান্ধী প্ৰশংসা কৰি কয় ‘আমাৰ ইয়াত এনে কৰিবলৈ কাৰোৰে সাহস নাই’৷(Priyanka Gandhi Vadra)

Popular