ৰাজনীতি

Priyanka Gandhi। সংবিধানৰ প্ৰতিলিপি হাতত লৈ সাংসদৰূপে শপত ল’লে প্ৰিয়ংকা গান্ধীয়ে

লোকসভা সংসদৰ সদস্য হিচাপে শপতগ্ৰহণ কৰিলে ৱায়নাড়ৰ সাংসদ তথা কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই ।হাতত সংবিধানৰ প্ৰতিলিপি লৈ লোকসভাত শপতগ্ৰহণ কৰে প্ৰিয়ংকা গান্ধীয়ে ।( Priyanka Gandhi )

Priyanka Gandhi: মাতৃ আৰু ভাতৃৰ সৈতে সংসদত উপস্থিত প্ৰিয়ংকা গান্ধী, আজি সাংসদ হিচাপে শপত গ্ৰহণ কৰিব প্ৰিয়ংকা গান্ধীয়ে

মাতৃ আৰু ভাতৃৰ সৈতে সংসদত উপস্থিত প্ৰিয়ংকা গান্ধী, আজি সাংসদ হিচাপে শপত গ্ৰহণ কৰিব প্ৰিয়ংকা গান্ধীয়ে(Priyanka Gandhi)

Hemant Soren Oath Ceremony: আজি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব JMMৰ নেতা হেমন্ত ছোৰেনে

আজি ৰাঁচীত ঝাৰখণ্ডৰ ১৪ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব হেমন্ত ছোৰেনে। শপতগ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক।(Hemant Soren Oath Ceremony)

Maharashtra CM News: পদত্যাগ কৰিবলৈ সাজু নহয় শিন্দে; কোন হ’ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী?

মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’বনে দেৱেন্দ্ৰ ফাড়নাবিছ নে একনাথ শিণ্ডে মুখ্যমন্ত্ৰী হৈ থাকিব? এই প্ৰশ্নৰ টাগ অফ ৱাৰ অব্যাহত আছে বিধানসভা নিৰ্বাচনত জয়ী হোৱা মহাযুতিত।(Maharashtra CM News)

Kangana Ranaut: আজি মোৰ ঘৰ ভাঙিল, কাইলৈ আপোনাৰ অহংকাৰ পতন হ’ব!

বিজেপি-শিৱসেনা (একনাথ শিণ্ডে)-এনচিপি (অজিত পাৱাৰ)ৰ মিত্ৰতা বিপুল ভোটেৰে জয়লাভ কৰে। উদ্ধৱ থাকৰেৰ পৰাজয়ৰ পিছত কংগনাৰ অনুৰাগীসকলে ২০২০ চনৰ এটা ঘটনাৰ কথা মনত পেলাইছে।(Kangana Ranaut)

Popular