মহাৰাষ্ট্ৰৰ নাগপুৰ দক্ষিণ পশ্চিম আসনৰ পৰা আগবাঢ়ি আছে উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছ। পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ হোৱাৰ পাছত কিছু সময় পিছ পৰি ৰ’ল যদিও পিছত তেওঁ অগ্ৰগতি লাভ কৰে।(Devendra Fadnavis )
ৱায়ানাডৰ পৰা প্ৰিয়ংকা গান্ধীকে ধৰি মুঠ ১৬ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। প্ৰিয়ংকা গান্ধীয়ে এই পৰ্যন্ত ৪.৬ লাখৰো অধিক ভোট লাভ কৰিবলৈ সক্ষম হৈছে।(Wayanad by-election Result)