Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
ৰাজনীতি
CM Nitish Kumar: মুখ্যমন্ত্ৰী নীতিশ কুমাৰে হিজাব খোলা নুছৰতে যোগদান কৰিব চাকৰিত
Narendra Modi: দুদিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
ভাৰত সেৱাশ্ৰম সংঘৰ তিনিচুকীয়া শাখাৰ বিশেষ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷
Omar Abdullah takes oath: জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হিচাপে ওমৰ আব্দুল্লাৰ শপতগ্ৰহণ
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 16, 2024
বুধবাৰে জম্মু-কাশ্মীৰ শ্বায়ত্ব শাসিত ৰাজ্যৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে ওমৰ আব্দুল্লাই (Omar Abdullah takes oath)।
Assam By-Elections: ১৩ নৱেম্বৰত অসমৰ ৫ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 15, 2024
দুখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ লগতে দেশৰ ৪৮ টা বিধানসভা আৰু দুটা লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা(Assam By-Elections) ।
Maharashtra and Jharkhand Assembly Elections: আজি ঘোষণা হ’ব মহাৰাষ্ট্ৰ-ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ সময়সূচী
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 15, 2024
মঙলবাৰে নিৰ্বাচন আয়োগে মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিব(Maharashtra and Jharkhand Assembly Elections) । তাৰোপৰি নিৰ্বাচন আয়োগে বহুকেইখন ৰাজ্যত হ'বলগা উপ-নিৰ্বাচনৰো দিন ঘোষণা কৰিব পাৰে ।
Anup Chetia: অগপ, অজাপ, ৰাইজক দলক এক হোৱাৰ আহ্বান-আলফা নেতা অনুপ চেতিয়াৰ
ৰাজনীতি
দৈনন্দিন বাৰ্তা
-
October 14, 2024
Anup Chetia। দীৰ্ঘ দিনৰ মূৰকত পুনৰবাৰ প্ৰাণ পাই উঠিল অসম গণ পৰিষদ দলৰ মজিয়া৷ তিনিটা দশক ধৰি অসমৰ একমাত্ৰ আঞ্চলিক দল হৈ থকা অগপক বিগত এটা দশকত নতুনকৈ প্ৰতিষ্ঠা হোৱা কেইবাটাও আঞ্চলিক দলে প্ৰত্যাহ্বান জনোৱাৰ সময়তে অসম গণ পৰিষদৰ নেতৃত্বই দলটোক নতুন ৰূপত ৰাইজৰ মাজলৈ নিবৰ বাবে সাজু হৈছে৷ সেয়েহে অগপই পুনৰ পূৰ্বৰ ইতিহাস বিচাৰি নতুন পথ লৈছে৷ হিন্দুত্ববাদৰ ৰাজনীতি অসমত প্ৰৱেশ কৰিছে যদিও নিজৰ আদৰ্শ ত্যাগ নকৰাৰ শপত লৈ পুনৰ নতুন যাত্ৰা কৰাৰ সংকল্প ল’লে অগপৰ নেতৃত্বই৷ আজি ডিব্ৰুগড় জিলাৰ চাবুৱাৰ জেৰাইত পূৰ্বৰ ঐতিহ্যত দেখা গ’ল অগপ দলটোক৷ আকৌ সেই ১৯৮৫ চনৰ কথা আওৰালে প্ৰতিগৰাকী নেতাই ৷ (Ex ULFA leader Anup Chetia)
Assam BJP । ঘোষণা হ’ব ৰাজ্যৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন
ৰাজনীতি
দৈনন্দিন বাৰ্তা
-
October 14, 2024
দিল্লীত বাহৰ পাতিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমত উপ-নিৰ্বাচনক লৈ ৰাজ্যিক বিজেপিয়ে আৰম্ভ কৰিছে ব্যাপক তৎপৰতা। অচিৰেই ঘোষণা হ’ব ৰাজ্যৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন। মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ সৈতে একেলগে ঘোষণা হ’ব পাৰে অসমৰ লগতে আন ৰাজ্যৰ বিধানসভাৰ উপ-নিৰ্বাচনৰ তাৰিখ৷ বিহালী আৰু ধলাইৰ বাবে তিনিজনীয়া তালিকা প্ৰস্তুত কৰিছে ৰাজ্যিক বিজেপিয়ে। চামগুৰিৰ বাবে প্ৰস্তুত কৰিছে দুজনীয়া পেনেল। (Assam BJP)
1
...
64
65
66
...
567
Page 65 of 567
Popular
বাংলাদেশত হিন্দু হত্যাৰ বিৰুদ্ধে নতুন দিল্লীত হিন্দু সংগঠনৰ ব্যাপক প্ৰতিবাদ
দৈনন্দিন বাৰ্তা
-
December 23, 2025