November 5, 2023 প্ৰদূষণে ভয়াবহ ৰূপ লৈছে দিল্লীত… Share FacebookTwitterWhatsAppTelegramKooEmail প্ৰদূষণে ভয়াবহ ৰূপ লৈছে দিল্লীত। দিল্লীবাসীলৈ অশনি সংকেত কঢ়িয়াই আনিছে প্ৰদূষণে। আজিৰ দিনটোত দিল্লীৰ এয়াৰ কোৱালিটী ইনডেক্স হৈছে ৪৯৮। নয়দাৰো এয়াৰ কোৱালিটী ইনডেক্স হৈছেগৈ ৪২০। দিনক দিনে প্ৰদূষণৰ মাত্ৰা বাঢ়িছে দিল্লীত। Author: দৈনন্দিন বাৰ্তা Related Articles কংগ্ৰেছ বিজেপিৰ ‘এ-প্লাছ দল’: মুখ্যমন্ত্ৰীৰ পৰা ধন লোৱাৰ প্ৰমাণ আছে বুলি বিস্ফোৰক অভিযোগ আজমলৰ । দৈনন্দিন বাৰ্তা - December 18, 2025 গৰিমা শইকীয়া গাৰ্গক লৈ চলোৱা অপপ্ৰচাৰক কঠোৰ ভাষাৰে নিন্দা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । CM ASSAM দৈনন্দিন বাৰ্তা - December 18, 2025 Rahul Gandhi: জাৰ্মানীৰ BMW প্লাণ্ট আৰু BMW ৱেল্ট পৰিদৰ্শন কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ দৈনন্দিন বাৰ্তা - December 17, 2025